শেহতীয়া আপডেটঃ

হেলিকপ্তাৰ জড়িয়তে কাছাৰ, শিলচৰ বান পৰিস্থিতি বুজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ::

 

হেলিকপ্তাৰ জড়িয়তে কাছাৰ, শিলচৰ বান পৰিস্থিতি বুজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ::

ৰাজ্য অধিকাংশ জিলাতেই এই বাৰ দ্বিতীয় টো বানপানীয়ে জুৰুলা কৰিলে ৰাইজক।

 

ইফালে অসমৰ আন আন জিলা লগতে কাছাৰ শিলচৰত এই বাৰ আটাইতকৈ ক্ষয় ক্ষতি কৰিছে এই বানপানীয়ে । ইফালে আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

বানে বিস্তৰ ক্ষতি কৰা কাছাৰ জিলাৰ  শিলচৰ আৰু কাষৰীয়া অঞ্চলসমূহৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে  আকাশী জৰীপ কৰে৷

লগতে শিলচৰত বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰি সাহায্য ব্যৱস্থাৰ বুজ লওঁ মুখ্যমন্ত্ৰীয়ে।

 

পৰিস্থিতি বুজ লোৱা পাছত জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি বানপীড়িতক সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ দিশতো নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

এই ভ্ৰমণকালত  সাংসদ ডা:ৰাজদীপ ৰায়, কাছাৰ জিলাৰ  উপায়ুক্ত, আৰক্ষী অধীক্ষক, দক্ষিণ অসম মণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শকে সংগ দিয়ে মুখ্যমন্ত্ৰী গৰাকীক।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.