শেহতীয়া আপডেটঃ

নাৰায়ণপুৰৰ জুটুলীবাৰীত তিহাৰ বিদায় সমাৰোহ

মনোমোহা সাংস্কৃতিক অনুষ্ঠানে মুহিলে শ শ দৰ্শকক

অসমৰ সাৰুৱা সাংস্কৃতিক পথাৰখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে যিবোৰ উৎসৱ-পাৰ্বণ পৰম্পৰাগতভাৱে পালন কৰি আহিছে, তাৰে এটা হ’ল অসমৰ গোৰ্খাসকলৰ তিহাৰ উৎসৱ ৷ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জুটুলীবাৰীত ৰাজগড়- শিমলুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু ৰাজগড়-শিমলুগুৰি আঞ্চলিক ভানুজ্যোতি কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে ২৪ সংখ্যক তিহাৰ বিদায় সমাৰোহখনি উদযাপন কৰা হয় ৷ সমাৰোহখনিত দেউচী, ভইলী, সঙ্গীনী, জোৱাৰী আদি নৃত্য সমাহাৰৰ সাংস্কৃতিক অনুষ্ঠানে শ শ দৰ্শকক মুহিত কৰে ৷

নাৰায়ণপুৰ
জয়ন্ত কুমাৰ হাজৰিকা

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.