শেহতীয়া আপডেটঃ

শান্তিপূৰ্ণ ভাৱে ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা

শান্তিপূৰ্ণ ভাৱে ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা ::

দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা।
ৰাজ্যৰ ২৪ খন জিলাত এই লিখিত পৰীক্ষা অনুষ্ঠিত হয় ।
দেওবাৰে পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম প্ৰশ্ন কাকত আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দ্বিতীয় প্ৰশ্ন কাকত।
দুটা ভাগত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হৈ যায় ।

দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীর্ণই পুৱা দহ বজাৰ পৰা বিয়লি ১২ বজালৈ আৰু অষ্টম শ্ৰেণীলৈকে পঢ়া আবেদনকাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হয় ।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হয় এই পৰীক্ষা ।

পৰীক্ষা অনুষ্ঠিত প্ৰতিখন জিলাৰ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ আশে পাশে ১৪৪ ধাৰা বলবৎ কৰা হয় ।

ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ১,০৩৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয় ।

উল্লেখ্য যে পৰীক্ষাৰ সময় ছোৱাত পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহৰ ইন্টাৰনেট সেৱা বন্ধ থাকে দেওবাৰে দিনটোৰ পুৱা ৯.৩০ বজাৰ বিয়লি ৪ বজালৈ।

।আনহাতে অহা ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব । প্ৰায় ২৬,০০০ পদৰ বাবে তিনিওটা দিনত ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব । আনহাতে, ২৮ আগষ্ট আৰু ১১ ছেপ্টম্বৰত তৃতীয় বৰ্গৰ পৰীক্ষাও অনুৰূপ ধৰণে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.