শেহতীয়া আপডেটঃ

অসম মাহালী সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন 

 

 

বিশ্বনাথ চাৰিআলি , ৰমেশ চন্দ্ৰ চৰেণ’ৰ  ,৮ নবেম্বৰ ঃ

সদৌ অসম মাহালী সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন যোৱাকালি গোলাঘাটৰ খুমটাইত গাম্ভীৰ্যপূৰ্ণভাবে অনুষ্ঠিত হৈ যায় ৷

কেন্দ্ৰীয় সভাপতি সঞ্জয় মাহালীৰ সভাপতিত্বত আৰু কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সম্পাদক উৎপল মাহালীৰ আঁত ধৰা সভাত জনগোষ্ঠীটোৰ লোকপিয়ল , কাৰ্যালয় নিৰ্মাণ, জাতিগত প্ৰমানপত্ৰৰ বিষয়ে তথা সমাজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আলোচনা কৰা হয় ৷সভাত সাংগঠনিক দিশৰ ওপৰতো আলোচনা কৰি ৰাজ্যখনৰ ১৪ খন জিলাত সাংগঠনিক কামকাজ আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷

সভাত হাইলাকান্দি , কাছাৰ , শিলচৰ , হোজাই, শোণিতপুৰ, চৰাইদেউ, ডিব্ৰুগড় , তিনিচুকীয়া , গোলাঘাট, জিলাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.