শেহতীয়া আপডেটঃ

বিশ্বনাথত গঁড় চিকাৰী গ্ৰেপ্তাৰ

বিশ্বনাথত গঁড় চিকাৰী গ্ৰেপ্তাৰ

বিশ্বনাথ চাৰিআলি ৭ জুলাই:- বিশ্বনাথত কালি নিশা বন বিভাগে গ্ৰেপ্তাৰ কৰে দুধৰ্ষ গড় চিকাৰী ৷ ধৃত গড় চিকাৰীটোৰ নাম ৰচিদুল হ’ক ওৰফে মেৰু ওৰফে বাবু বুলি বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। ৰচিদুলৰ ঘৰ চতিয়াৰ ৪ নং ভোজমাৰীত ৷ ২০১৮ চনৰ জুন মাহত কাজিৰঙাত সংঘটিত গড় হত্যাৰ লগত জড়িত আছিল ৰচিদুল ৷ এই গঁড় হত্যাৰ পিছৰ পৰা তিনি বছৰ ধৰি কেৰেলাত আত্মগোপন কৰি আছিল ৰচিদুল ৷ দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা ৰচিদুলে অসমলৈ আহি ঘৰৰ পৰা ডেৰ কিলোমিটাৰ নিলগৰ এখন বিলত টঙীঘৰ বনাই লুকাই আছিল ৷ স্থানীয় দুগৰাকী লোকক লগত সুৰক্ষাৰ বাবে ৰাখিছিল ৰচিদুলে ৷ কেৰেলাৰ পৰা আহি নতুনকৈ গড় হত্যা কৰাৰ পৰিকল্পনা কৰি থাকোতেই বন বিভাগে কৰায়ত্ত কৰে ৰচিদুলক ৷ পলাতক অৱস্থাত থকা ৰচিদুলৰ আন কেইবাগৰাকীও সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ বন বিভাগে অভিযান আৰম্ভ কৰিছে

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.