31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    আন্ত:জিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা আয়োজন বিশ্বনাথ আৰক্ষীৰ

     

    এইবাৰ খেল পথাৰত দুভৰিৰ যাদু প্ৰদৰ্শন কৰিব সাজু হৈছে।বিশ্বনাথ জিলা আৰক্ষী।

    বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত প্ৰথম বাৰৰ বাবে আৰম্ভ হ’ব আন্ত:জিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা।

    এই ফুটবল প্ৰতিযোগিতা আৰম্ভ হ’ব অহা ১ আগষ্টত।

    এই প্ৰতিযোগিতাৰ শুভ উদ্ধোধনী খেলখন বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বেদেতী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ’ব লগীয়া স্থান সমূহ হৈছে ,

    ১ আগষ্ট,সোমবাৰে বেদেতী চাহ বাগিচা খেলপথাৰ,২ আগষ্ট, মঙ্গলবাৰে জিনজিয়া মহাবীৰ বিদ্যালয় খেলপথাৰ আৰু গহপুৰ ষ্টেডিয়াম ।

    ৩ আগষ্ট, বুধবাৰে পুনৰ বেদেতী চাহ বাগিচাৰ খেলপথাৰ আৰু বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত অনুষ্ঠিত কৰা হব এই প্ৰতিযোগীতাৰ।

    ৪ আগষ্ট, বৃহস্পতিবাৰে পুনৰ বেদেতী চাহ বাগিচা খেলপথাৰ

    আৰু অন্তিম দিন অৰ্থাৎ এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব

    ৫আগষ্ট শুকুৰবাৰে বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত।

    বিয়লি ৩ বজাৰ পৰা এই প্ৰতিযোগিতা সমূহ আৰম্ভ হ’ব।

    বিশ্বনাথ জিলা অৰক্ষীৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা খল সমূহত ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্হিতি কামনা কৰিছে। বিশ্বনাথ জিলা আৰক্ষীয়ে।

     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.