গুৱাহাটীঃ বেলতলা ত্ৰিৱেণী মহিলা চ’ৰাৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শিশু দিৱস ১৪ নৱেম্বৰৰ পৰিবৰ্তে আগতীয়াকৈ ১০ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ ত্ৰিৱেণী মহিলা চ’ৰাই প্ৰস্তুতি চলাইছে৷ এই উপলক্ষে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ বয়স আৰু বিদ্যালয়ৰ নামসহ প্ৰমাণপত্ৰ লৈ আহিবলৈ সম্পাদিকা প্ৰীতি বৰুৱাই অনুৰোধ জনাইছে। উল্লেখ্য যে এই প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিব তেখেতৰ জ্যেষ্ঠ পুত্ৰ প্ৰাক্তন আয়ুক্ত স্বপ্ননীল বৰুৱাই৷ সকলো ৰাইজৰ উপস্থিতি তথা সহযোগিতা চ’ৰাই আন্তৰিকতাৰে কামনা কৰিছে।
তাৰিখঃ ১০ নৱেম্বৰ ২০২৪
স্থানঃ শংকৰদেৱ নামঘৰ, দিছপুৰ লাষ্টগেট।
সময়ঃ পুৱা ৯.৪৫ বজা
যোগাযোগৰ ঠিকনাঃ ৯৮৬৪১০৫১৫৮ /
৯৯৫৭৫৩৫৮৪২ / ৮৬৩৮৭৭৩০১৫
লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



