31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ছাইবাৰ অপৰাধীৰ লক্ষ্য বিশ্বনাথ জিলা উপায়ুক্ত: whats aap যোগে চাইবাৰ অপৰাধীৰ উপায়ুক্তৰ নামত ধন সংগ্ৰহৰ চেষ্টা

     

    বিশ্বনাথ ৪ জুলাই:-

    ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ জাল । এই জালৰ পৰা বাদ পৰা নাই সাধাৰণ ৰাইজৰ পৰা উচ্চ পদস্থ বিষয়া লৈকে । সাধাৰণতে প্ৰতিদিনে সংঘটিত হৈ আহিছে এনে বহু অপৰাধ। এইবাৰ প্ৰৱঞ্চকে লক্ষ্য কৰি লৈছে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেক। এটা অচিনাক্ত নম্বৰত সামাজিক মাধ্যমৰ পৰা ফটো সংগ্ৰহ কৰি প্ৰফাইল পিক্সাৰ ব্যৱহাৰ কৰি একে অফিচৰ বিষয়া লৈ আৰ্থিক সাহায্য বিচাৰি what’s App ত মেছজৰ জৰিয়তে অনুৰোধ জনাইছে ।

    পৰৱৰ্তী সময়ত জিলা উপায়ুক্ত গৰাকীক বিষয়া কেইগৰাকীয়ে ফোন যোগে অৱগত কৰোৱাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে ।

     

    ইতিমধ্যে জিলা উপায়ুক্ত গৰাকীয়ে আৰক্ষীক এজেহাৰ দাখিল কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক আগত বিশ্বনাথৰ ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া তথা জিলাখনৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়াই এনে মেছেজ আহিলা ধন নিদিবৰ বাবে আহ্বান জনাইছে৷

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.