Saturday, July 12, 2025
26.7 C
Guwahati
TOP NEWS:

কেফে বি-ইউয়ে ফ্ৰাইডে ডিনাৰ ফিষ্টত আপোনালৈ আগবঢ়াইছে ভাৰতীয় ষ্ট্ৰীট ফুডৰ সোৱাদ

- Advertisement -

কেফে বি-ইউয়ে ফ্ৰাইডে ডিনাৰ ফিষ্টত আপোনালৈ আগবঢ়াইছে ভাৰতীয় ষ্ট্ৰীট ফুডৰ সোৱাদ

অসম খবৰ গুৱাহাটী, জুলাই ১১, ২০২৪: এই জুলাইত, ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি-ইউয়ে  অতিথিসকলক ফ্ৰাইডে ডিনাৰ ফিষ্ট – ষ্ট্ৰীট ফুড অফ ইণ্ডিয়াৰ জৰিয়তে ভাৰতৰ ৰাজপথত সততে দেখা লোভনীয় ৰন্ধনশৈলীৰ সোৱাদ ল’বলৈ আমন্ত্ৰণ জনাইছে।

জুলাই মাহৰ প্ৰতি শুক্ৰবাৰে সন্ধিয়া অনুষ্ঠিত হ’ব লগীয়া এই বিশেষ অনুষ্ঠানটোৱে সমগ্ৰ দেশৰ ৰাজপথত সহজে উপলব্ধ সুস্বাদু খাদ্যৰ এক মনোৰম সম্ভাৰ আগবঢ়াব।

সন্ধিয়া ৭ বজাৰ পৰা নিশা ১১:৩০ বজালৈ, লাইভ কাউণ্টাৰ আৰু প্ৰামাণিক ষ্ট্ৰীট ফুড পৰিৱেশৰ সৈতে কেফে বি-ইউ সম্পূৰ্ণৰূপে এক ব্যস্ত ষ্ট্ৰীট ফুড স্থলীলৈ ৰূপান্তৰিত হৈ পৰিব। অতিথি সকলে জনপ্ৰিয় ষ্ট্ৰীট ফুডৰ এনে বিবিধ বিকল্প উপভোগ কৰাৰ সুযোগ পাব, য’ত প্ৰতিবিধ ব্যঞ্জন ভাৰতৰ ৰন্ধন ঐতিহ্যৰ অনন্য স্বাদ আৰু পৰম্পৰাক পৰিষ্ফুট কৰি তুলিবলৈ প্ৰস্তুত কৰি তোলা হৈছে। প্ৰতিগৰাকী ব্যক্তিৰ বাবে ১৯৯৯+শুল্ক মূল্যৰ এই অনুষ্ঠানটোৱে খাদ্যৰ যি সকল যেনে দিল্লী, মুম্বাই, কলকাতা, লক্ষ্ণৌ আৰু আন বহুতো ঠাইৰ প্ৰকৃত ৰাজপথৰ খাদ্যৰ সোৱাদ প্ৰদান কৰি এক লোভনীয় আনন্দ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে।

মচলাযুক্ত চাট্‌ আৰু টেঙা গোলগাপ্পাৰ পৰা সোৱাদভৰা কাবাব আৰু মিঠা জেলেপিলৈকে, সৰ্বশ্ৰেষ্ঠ ভাৰতীয় ষ্ট্ৰীট ফুড প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে মেনুখন সাৱধানে প্ৰস্তুত কৰি উলিওৱা হৈছে। সতেজতা আৰু এক অনন্য ভোজন অভিজ্ঞতা নিশ্চিত কৰি প্ৰতিবিধ ব্যঞ্জন কাউণ্টাৰত পোনপটীয়াকৈ প্ৰস্তুত কৰা হ’ব।

ভাৰতীয় ষ্ট্ৰীট ফুডৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ সোৱাদৰ মচগুল হোৱাৰ এই সুযোগটো এৰি নিদিব। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সুস্বাদু খাদ্য, জীৱন্ত পৰিৱেশ আৰু উষ্ণ আতিথ্যৰে ভৰা এক স্মৰণীয় সন্ধিয়া উপভোগ কৰিবলৈ সাজু হওক। এই সন্দৰ্ভত বিশেষ তথ্য বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰিব  ৮৮১১০৯৯৩৯৭ ।

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °