শেহতীয়া আপডেটঃ

সশস্ত্ৰ সীমা বলৰ লগত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক ।

 

তেজপুৰ, ১ নৱেম্বৰ : সশস্ত্ৰ সীমা বল ৰ লগত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গুৰুত্বপূৰ্ণ সন্মিলন  ।

সীমা সুৰক্ষা বলৰ দায়িত্ব থকা সকলো শীৰ্ষ বিষয়াৰ লগত মুখ্যমন্ত্ৰী গৰাকীৰ এই জৰুৰী বৈঠকত মিলিত হয় এছ এছ বি ৰ ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ইন্সপেক্টৰ জেনেৰেল  প্ৰদীপ কুমাৰ গুপ্তা ৰ লগত ।

টাৱাংত শীৰ্ষ বিষয়া সকলে মুখ্যমন্ত্ৰী গৰাকীৰ লগীত সীমা সমস্যা সমূহৰ বিষয়ে আলোচনা কৰে । বিশেষকৈ ভাৰত- ভুটান সীমান্তত  অৱস্থিত অৰুণাচল প্ৰদেশৰ পশ্চিম টাৱাং জিলাৰ শেষ প্ৰান্তত গাতে লাগি আছে ভূটান । পূৰ্বতে ভুটানৰ লগত এক সৌহাদ্য মূলক অহা যোৱা চলিছিল সীমান্তৰ গাঁও অঞ্চলত কিন্ত বিগত সময়চোৱাত কোভিড মহামাৰীৰ বাবে  ভূটানে সীমা অতিক্ৰম কৰি অহা যোৱা বন্ধ কৰি ৰাখিছে ।

সীমা বলৰ ভাৰত চীন ,ভাৰত ভূটান সীমান্তৰ অঞ্চলত জনসাধাৰণৰ লগতে সীমান্ত সুৰক্ষা প্ৰদান ৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে সীমান্তৰ অঞ্চলত থকা সকলো সুৰক্ষা বাহিনীৰ লোকৰ লগত  আলোচনা অব্যাহত ৰাখিছে অক্টোবৰ মাহৰ মাজৰ পৰা ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.