শেহতীয়া আপডেটঃ

অৰুণাছলৰ নাহৰলগুণৰ পৰা গ্ৰেপ্তাৰ দুই শিশু অপহৰনকাৰী

অৰুণাছলৰ নাহৰলগুণৰ পৰা গ্ৰেপ্তাৰ দুই শিশু অপহৰনকাৰী

বিক্ৰী কৰিবলৈ নিয়া শিশু উদ্ধাৰ

বিশ্বনাথ চাৰিআলি ৯ ছেপ্টেম্বৰ :- অৰুণাছলৰ নাহৰলগুণৰ পৰা বিশ্বনাথ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আজি গ্ৰেপ্তাৰ কৰিলে দুই শিশু অপহৰনকাৰীক ৷ ধৃত শিশু অপহৰণ কাৰী দুজন ক্ৰমে আবু টাহেৰ আৰু ললিত কেওট । ধৃত আবু টাহেৰৰ ঘৰ বিশ্বনাথৰ ৪ নং কুমলীয়াত ৷ ফলফলিৰ চাহিবুৰ ৰহমান নামৰ ব্যক্তিজনৰ ঘৰত ভাৰা থাকি ছবজি বেপাৰ কৰিছিল আবুৱে ৷ আইস্ক্ৰীম দিম বুলি ফুচুলাই নি অৰুণাছলত বিক্ৰি কৰিছিল প্ৰাৰ্থনা বৰুৱা নামৰ ৬ বছৰীয়া শিশুটিক ৷ বেদেতিৰ বৰালিমৰাৰ অৰুপ বৰুৱা নামৰ ব্যক্তিজনৰ কন্যা প্ৰাৰ্থনা বৰুৱা ৷ বিশ্বনাথ চাৰিআলিৰ ফলফলিৰ চাহিদা আখতাৰ আহমেদৰ ঘৰত ভাৰা থাকে অৰুপ বৰুৱা আৰু তেওঁৰ পৰিয়াল ৷ অৰুপ বৰুৱাৰ ঘৰৰ সমীপতে ভাৰাত আছিল অপহৰনকাৰী আবু টাহেৰ ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি অপহৰন কৰিছিল শিশুটিক ৷ অৰুণাছলীক ডেৰ লাখ টকাত বিক্ৰি কৰিবলৈ যোজা চলাইছিল অপহৰনকাৰী দুটাই ৷ অৰুণাছলৰ নাহৰলগুনৰ পৰা শিশুটিক উদ্ধাৰ কৰি অনাৰ লগতে কৰায়ত্ত কৰে অপহৰকাৰী দুটাক ৷ আনহাতে ললিত কেওট ৰ ঘৰ বৰপুখুৰী চাহ বাগিছাৰ বড়ো লাইনত ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.