শেহতীয়া আপডেটঃ

ওড়িশা ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি আহতসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ। ‘আহত, নিহতৰ পৰিয়ালক সাংসদ সকলক তেওঁলোকৰ দৰমহাৰৰ পৰা সহায় আগবঢ়াওক’ সাংসদ বৰুণ গান্ধী

ওড়িশা ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি আহতসকল সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ। ২ জুনত সন্ধিয়া প্ৰায় ৭.৩০ বজাত ওড়িশাৰ বালাছ’ৰত ৩খন ৰে’লৰ দুৰ্ঘটনা সংঘটিত হয়। উদ্ধাৰ অভিযান এতিয়া শেষ হৈছে। বালাসোৰৰ চিকিৎসালয়ত ভুক্তভোগীক লগ পোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “যিসকলে প্ৰাণ হেৰুৱাইছে, তেওঁলোকৰ পৰিয়ালৰ বাবে এই খবৰ অতি যন্ত্ৰণাদায়ক আৰু বিৰক্তিকৰ।” আহত হোৱা পৰিয়ালৰ সদস্যসকলৰ বাবে চৰকাৰে তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে ব্যৱস্থা কৰিব। এই ঘটনা চৰকাৰৰ বাবে অতি ভয়াৱহ। ঘটনাৰ তদন্ত কৰা হ’ব /

বালাসৌৰ চিকিৎসালয়ত ভুক্তভোগীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ সেই স্থান পৰিদৰ্শন কৰিলে। ইয়াৰ পিছত তেওঁ বালাসোৰৰ চিকিৎসালয়ত উপস্থিত হয়। আহতসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

ওড়িশা ৰেল দুৰ্ঘটনাঃ ‘ৰে’ল দুৰ্ঘটনাত আহত-নিহতৰ পৰিয়ালৰ বাবে সকলো সাংসদে তেওঁলোকৰ দৰমহাৰ এটা অংশ দান কৰক’: এই মন্তব্য বিজেপি সাংসদ বৰুণ গান্ধীৰ।

বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে কয় যে, “ওড়িশা ৰে’ল দুৰ্ঘটনা হৃদয় বিদাৰক।” সকলো সতীৰ্থ সংসদ সদস্যক অনুৰোধ কৰিছো যে আমাৰ দৰমহাৰ এটা অংশ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক দান কৰি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহক।”

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.