অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ আদৰণি সমিতি গঠনৰ সভা আৰম্ভ

■ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ আদৰনী সমিতি গঠনৰ সভা আজি নাৰায়ণপুৰ উচ্চ মাধ্যমিক বিদ্যলয়ত পুৱা ৯বজাৰ পৰা আৰম্ভ হয়। ২০২১-২২ বৰ্ষৰ অসম সাহিত্য সভাৰ অধিবেশন কোভিড নীতি-নিয়ম মানি নাৰায়ণপুৰত অনুষ্ঠিত হ’ব।

এই উপলক্ষে আজি আয়োজন কৰা প্ৰতিনিধিমূলক ৰাজহুৱা সভাখন পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতকা উত্তোলনে আৰম্ভ কৰা হয়। পতকা উত্তোলন কৰে প্ৰস্তুতি সমিতিৰ সভাপতি যোগেন শইকীয়াই। স্মৃতি-সূৰ্য গোলোক হাজৰিকাই বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.