শেহতীয়া আপডেটঃ

কৃষ্ণাই বেকিপুল প্ৰাথমিক বিদ্যালয়ত শিক্ষক, শ্ৰেণীকোঠাৰ অভাৱ

♦ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বেকিপুল প্ৰাথমিক বিদ্যালয়৷ ১৯৮৫ চনত প্ৰতিষ্ঠিত এই বিদ্যালয় খন আজিও বিভিন্ন সমস্যাত ককবকাই থাকিবলগীয়া হৈছে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী যামিনী দেৱীয়ে জানিবলৈ দিয়া মতে এই শিক্ষানুষ্ঠানখনৰ প্ৰধান সমস্যা হৈছে শ্ৰেণীকোঠাৰ অভাৱ৷

আচুতীয়া কাৰ্যালয় গৃহ নথকা বিদ্যালয় খনত এটা শ্ৰেণী কোঠাকে কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ ফলত এতিয়া বিদ্যালয়খনত শ্ৰেণীকোঠাৰ সমস্যাই দেখা দিছে৷ শ্ৰেণী কোঠাৰ অভাৱৰ ফলত এটা কোঠাতে তিনিটাকৈ শ্ৰেণী পঢ়ুৱাবলগীয়া হোৱাত যথেষ্ট আহুকালে দেখা দিছে৷ সেয়ে বিদ্যালয় কৰ্তৃপক্ষই নতুনকৈ শ্ৰেণীকোঠা আৱণ্টন দিবলৈ স্থানীয় বিধায়কৰ লগতে জিলা শিক্ষা বিভাগক আবেদন জনাইছে৷ ইফালে বেকিপুল প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী মাথোঁ দুগৰাকী। যাৰ ফলত পঞ্চাশ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত সাৱলীল ভাৱে পাঠদানতো সমস্যাৰ সৃষ্টি হৈছে৷ বিদ্যালয় খনত শিক্ষকৰ সংখ্যা বৃদ্ধিৰ বাবেও প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.