31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিহালীৰ ৰতোৱাত বাইক দুৰ্ঘটনা/আহত নগাঁও, কমাৰগাঁ‌ৱৰ তাপস ডেকা/তেজপুৰলৈ প্ৰেৰণ

    বিহালীৰ ৰতোৱাত বাইক দুৰ্ঘটনা/আহত নগাঁও, কমাৰগাঁ‌ৱৰ তাপস ডেকা/তেজপুৰলৈ প্ৰেৰণ

    অসম খবৰ বেদেতী, ২৩ জুনঃ বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰতোৱা অ’ভাৰ ব্ৰীজৰ নাতিদূৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি এক বাইক দুৰ্ঘটনা সংঘটিত হয় ।
    বিশ্বনাথ চাৰিআলিৰ দিশৰ পৰা বৰগাং অভিমুখি এখন বাইক ( A K02 8333)ত অহা প্ৰায় ২৫-২৬ বছৰীয়া এজন যুৱকৰ সন্মুখেদি এজনী ছাগলী হঠাতে দৌৰি পাৰ হৈ যোৱাত নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰি পথৰ মাজতে বাইকসহ আৰোহীজন বাগৰি পৰে । ফলত গুৰুতৰভাৱে আঘতপ্ৰাপ্ত হয় যুৱক জন । সেই সময়তে তাত উপস্থিত হোৱা কেইজনমান সচেতন লোকে স্থানীয় জিনজিয়া আৰক্ষী থানাত যোগাযোগ কৰাত আৰক্ষীয়ে ততাতৈয়াকৈ প্ৰথমে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে । জিনজিয়া আৰক্ষীৰ পৰা জানিব পৰা মতে আহত যুৱকজনৰ নাম তাপস ডেকা আৰু তেওঁৰ অৱস্থা কিছু গুৰুতৰ ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.