শেহতীয়া আপডেটঃ

ঘোচ লওঁতে  তেজপুৰত আৰক্ষী কনিষ্টবল আটক

ঘোচ লওঁতে  তেজপুৰত আৰক্ষী কনিষ্টবল আটক

তেজপুৰ, ২ ডিচেম্বৰ :শোণিতপুৰ আৰক্ষী অধীক্ষক ডাক্তৰ ধনঞ্জয় ঘনৱাতে বুধবাৰে তেজপুৰ বৰঘাত আৰক্ষীৰ এগৰাকী কৰ্তব্যৰত আৰক্ষী লেঞ্চ নায়কক ধন সংগ্ৰহৰ অপৰাধত আটক কৰে ।

আৰক্ষী অধীক্ষক ঘনৱাতে জনায় যে এজন গুচৰীয়াৰ পৰা গোচৰৰ বাবদ নগদ 3 হাজাৰ টকা লওঁতে হাতে লোতে  ধৰা পৰে আৰু আৰক্ষী বিষয়াক বৰঘাত আৰক্ষী চকীতে দেৱব্ৰত বিশ্বাস নামৰ আৰক্ষী কৰ্মচাৰী গৰাকীক আটক কৰে ।

তেওঁ জনায় যে জিলাৰ  অতিৰিক্ত আৰক্ষী  অধীক্ষকৰ নেতৃত্বত এটা দলে এই বিষয়ে এক তদন্ত অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে আৰক্ষী অধীক্ষক ঘনৱাতে জনায় যে পূৰ্বেও এইগৰাকী আৰক্ষী কনিষ্টবলৰ ওপৰত ৰাইজৰ অভিযোগ উত্থাপিত হৈ আছিল ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.