Wednesday, May 21, 2025
22.6 C
Guwahati

অসম ৰাইফলছৰ উদ্যোগত সজাগতা সভা শোণিতপুৰ লখৰাত

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসম ৰাইফলছৰ উদ্যোগত সজাগতা সভা শোণিতপুৰ লখৰাত ::

 

অসম ৰাইফলছৰ লখৰা  বেটেলিয়নৰ উদ্যোগত সোমবাৰে শোণিতপুৰ জিলাৰ লখৰা অসম ৰাইফলছ পাব্লিক স্কুলত এক সজাগতা সভা অনুষ্ঠান হয়।
অসম ৰাইফলছ পাব্লিক স্কুলৰ শিশুস কলৰ মাজত ৰাষ্ট্ৰীয় পতাকা সজাগতা সম্পৰ্কে এই বিশেষ সজাগতা সভা খন অনুষ্ঠিত হয়। ইফালে দেশ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা’ অমৃত মহোস্তৱ লগত সংগতি ৰাখি লখৰা অসম ৰাইফলছ পাব্লিক স্কুলৰ শিশু সকলক ৰাষ্ট্ৰীয় পতাকা ওপৰত বিশেষ ভাৱে প্ৰশিক্ষণ দিয়া হয়। কাৰণ আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত এই সকল শিশু ।
যাতে প্ৰতিজন শিশুয়ে ৰাষ্ট্ৰীয় পতাকাৰ ইতিহাস আৰু পতাকাৰ উৎপত্তিৰ বিষয়ে অৱগত হৈ দেশপ্ৰেম, সন্মানৰ অনুভূতি প্ৰদান কৰা লগতে দেশ মাতৃ সেৱা কৰিবলৈ আগবাঢ়ি আহিবলৈ ভৱিষ্যত অধিক মানসিকতা শক্তিশালী ৰূপে গঢ়ি তুলিব পাৰে তাৰ বাবে এনে পদক্ষেপ সজাগতা সভা আয়োজন কৰা বুলি অসম ৰাইফলছ বিষয়াই জানিবলৈ দিয়ে।
আনহাতে এই সজাগতা সভাত প্ৰায় ৭৩ জন এআৰপিএছ (ARPS)স্কুলীয়া শিশুৱে অংশগ্ৰহণ কৰে।

- Advertisement -

Hot this week

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
broken clouds
22 ° C
22 °
22 °
97 %
1.7kmh
60 %
Tue
22 °
Wed
34 °
Thu
31 °
Fri
35 °
Sat
33 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds