গুৱাহাটীঃ অসম লেখিকা সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত অহা ৭ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে নলবাৰী জিলা পুথিভৰাল প্ৰাংগনত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব৷ কাৰ্যসূচী অনুসৰি দিনৰ ১০.১৫ বজাত অসম লেখিকা সমাজৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলৰ উপস্থিতিত সতীৰ্থ সন্মিলন আৰু বিয়লি ১ বজাত মুকলি সভা অনুষ্ঠিত হ’ব৷ মুকলি সভাত অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা ‘মহীয়সী বটা’, ‘সাহিত্য সৌৰভ বটা’, হাস্য-ব্যংগ শিল্পী বঁটা, সাহিত্য সম্পাদনা বঁটা আৰু সৃষ্টি বৈভৱ সাহিত্য প্ৰেৰণা বটা প্ৰদান কৰা হ’ব৷ লগতে সমাজৰ মুখপত্ৰ ‘প্ৰজ্ঞা’ উন্মোচন কৰা হ’ব৷ নলবাৰী জিলাই প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘মনস্বিনী’ আৰু তিনিগৰাকী লেখিকাৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হ’ব৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



