31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    পুনৰ অশান্ত হ’ব নেকি BTR

    পুনৰ অশান্ত হ’ব নেকি BTR?

    BTRত পুনৰ নতুন সশস্ত্ৰ সংগঠনৰ জন্ম।
    পুনৰ অশান্ত হ’ব নেকি BTR?
    পৃথক বড়োলেণ্ডৰ দাবীৰে জন্ম সশস্ত্ৰ সংগঠনটোৰ।
    নতুন সংগঠনটোৰ নাম বড়ো লিবাৰেশ্যন আৰ্মী চমুকৈ BLA।
    BLAৰ নামত সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি।
    চলিত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীতে সংগঠনটোৰ জন্ম হোৱা বুলি দাবী।
    বিবৃতিত উল্লেখ থকা মতে সংগঠনৰ সভাপতি বি দৈদেনগ্ৰা।
    উপ সভাপতি বি ৰণগৌড়া, সাধাৰণ সম্পাদক বি বোখাংছা।
    BLAৰ আৰ্মী চীফ হিচাপে আছে বি এংখলাই ।
    তৃতীয় বড়ো শান্তি চুক্তিৰ পিছত নতুন সংগঠন গঠনক লৈ BTRত তীব্ৰ চৰ্চা।
    সংগঠনটোৰ অস্তিত্বক লৈয়ো বৈদ্ধিক মহলত তীব্ৰ চৰ্চা।

    সংগ্ৰহ NKTV

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.