বৰগাং নদী তীব্ৰ খহনীয়া ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ তাঁৰ খহনীয়াত জাহ যোৱা সম্ভাৱনা 

Polytechnic College in Narayanpur

বৰগাং নদী তীব্ৰ খহনীয়া ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ তাঁৰ খহনীয়াত জাহ যোৱা সম্ভাৱনা

বিশ্বনাথ ২১ জুলাই।

শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে লুইতৰ বুকু লগতে উপ নৈ সমূহ যাৰ ফলত ৰাজ্যৰ বিভিন্ন অংশত সৃষ্টি হৈছে এতিয়া তীব্ৰ খহনীয়াৰ।

 

ইফালে অৰুণাচল প্ৰদেশত দিয়া ধাৰাষাৰ বৰষুণৰ ফলত বিহালী সমষ্টিৰ বৰগাং নদীৰ উফন্দি যোৱা ফলত বৰগাং পকী দলং ওচৰত তীব্ৰ খহনীয়া সৃষ্টি হোৱা দেখা গৈছে। আনহাতে এই খহনীয়া ফলত ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ তাঁৰ খহনীয়াত জাহ যোৱা সম্ভাৱনাই দেখা দিছে

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.