Friday, May 16, 2025
25.1 C
Guwahati

জিনজিয়াত চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছা উত্তাল প্ৰতিবাদ 

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

জিনজিয়াত চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছা উত্তাল প্ৰতিবাদ

সমগ্র ৰাজ্যৰ লগতে বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা জিনজিয়া প্ৰাথমিক গোট, আটছা জিনজিয়া উপ শাখা, জিনজিয়া চাহ বাগিচাৰ ৰাইজৰ সহযোগত মঙলবাৰে বিয়লি ৫ বজাত চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ দাবীত জিনজিয়া চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাগিচাৰ খনত কৰ্মৰত প্ৰায় ১৭ শ অধিক শ্ৰমিকৰ নিৰাপত্তা লগতে শ্ৰমিক সকলৰ লৰা ছোৱালী উন্নত শিক্ষা ব্যৱস্থা, চাহ বাগিছা খনত থকা চিকিৎসালয় খনত উন্নত চিকিৎসা ব্যৱস্থা লগতে উপযুক্ত স্বাস্থ্য কৰ্মী নিযুক্তি, বাগিছা খনৰ খাদী পদ সমূহ বাগিচাৰ শিক্ষিত যুৱক যুৱতীক যোগ্য ভিত্তিত নিযুক্তি প্ৰদান কৰা, ছাত্ৰ- ছাত্ৰী অহা যোৱা কৰা স্কুল বাছ মেৰামতি কৰা লগতে বাগিচাৰ খনৰ চাৰিওফালে ফালে থকা হাবি জংঘল মুকলি কৰাকে ধৰি বহু কেইটা সমস্যা সমাধানৰ দাবীত জিনজিয়া চাহ বাগিচাৰ কাৰ্যালয় সন্মুখত আটছা সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে প্ৰতিবাদৰ অন্তত জিনজিয়া চাহ বাগিচাৰ পৰিচালকলৈ প্ৰতিবাদী সদস্য সকলে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য লব কুমাৰ ভূঞা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মহিলা সমিতিৰ কেন্দ্ৰীয় ভাঃ সভানেত্ৰী লিপিকা ভৰদ্বাজ, আটছাৰ বিহালী শাখাৰ সহ সম্পাদক মানৱ চাহু, জেফৎ নাগকে ধৰি প্ৰায় অৰ্দ্ধশতাধিক সদস্যই।

- Advertisement -

Hot this week

THIS actress gave NUDE scenes for chocolates, at that time her age was just…

Bollywood actress Today we will introduce you to a heroine...

Watch Awesome Kate Halle Go Full Wiming Pro in the Bahamas

Find people with high expectations and a low tolerance...

Operation Sindoor Factcheck

https://x.com/PIBFactCheck/status/1921184221827092665?t=iP1j5aTk-5_VG3R4sJBbmg&s=19

Press Briefing on Operation Sindoor

https://www.youtube.com/live/VUXwnp_6vB8?si=AyP_xzN6Be-ZEtDv  

The Politics Behind Marocco’s Stock Market Turbulence Last Year

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds