শেহতীয়া আপডেটঃ

কালমুৱা আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰী

মুকালমুৱা আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰী ৷

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ থকা এখন ছুইফট ডিজায়াৰ বাহনৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ ৷
বাহনখনৰ চিটৰ তলত লুকুৱাই আনিছিল ড্ৰাগছখিনি ৷
মুকালমুৱা আৰক্ষী থানাৰ সন্মুখৰ পৰা আৰক্ষীৰ সংকেট নেওচি AS-01JC-4238 নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনেৰে পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী কেইজনে ৷
মুকালমুৱা আৰক্ষীয়ে খেদি,খেদি কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক ৷
ধৃত তিনিও ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ বৰপেটা জিলাত ৷
সৰবৰাহ কাৰী তিনিজন ক্ৰমে বৰপেটাৰৰ কুকাৰপাৰৰ আব্বাছ আলী, ফৰিদুল আলী আৰু ক্ষুদ্ৰ বামুনবড়ীৰ বদিৰ আলী ৷

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.