শেহতীয়া আপডেটঃ

টুকুৰা শ্মশানত পকী খটখটীৰ শুভ উদ্বোধন

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থনাৰ অন্তৰ্গত টুকুৰা ৰাজহুৱা শ্মশানত শিৱৰাত্ৰিৰ দিনাখনেই নৱ নিৰ্মিত এটা পকী চিৰিৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰাা হয় ৷ উদ্বোধন কৰে শ্মশান পৰিচালনা সমিতিৰ সভাপতি অসীম চক্ৰৱৰ্তীয়ে৷

উল্লেখ যোগ্য যে, টুকুৰা ৰাজহুৱা শ্মশানত শৱ দাহ কৰিবলৈ অহা লোক সকলে এটা চিৰি নথকাৰ বাবে দীৰ্ঘদিন ধৰি অসুবিধা ভোগ কৰি আহিছিল ৷ শেহতীয়াকৈ পাইকানৰ শিক্ষক দম্পতী চন্দন চক্ৰৱৰ্তী আৰু ভাস্বতী শৰ্মাৰ প্ৰয়াত পিতৃ-মাতৃ মণিকান্ত দেৱ শৰ্মা আৰু ধনদা শৰ্মাৰ স্মৃতিত টুকুৰা শ্মশানত শব দাহ কৰিবলৈ আহা লোকসকলোৰ সুবিধাৰ বাবে পকী চিৰি নিৰ্মাণ কৰি দিয়ে৷

সেই খটখটীটোয়ে শিৱৰাত্ৰিৰ পৱিত্ৰ ক্ষণত ৰাইজৰ ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰে৷ চক্ৰবৰ্তী দম্পতীৰ এই মহানুভৱতাত স্থানীয় ৰাইজৰ লগতে শ্মশান পৰিচালনা সমিতিয়ে সন্তোষ প্ৰকাশ কৰে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.