শেহতীয়া আপডেটঃ

পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত-চীন সীমান্তত মুখ্যমন্ত্ৰী পেমা খাণ্ডু :

 

 

পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত-চীন সীমান্তত মুখ্যমন্ত্ৰী পেমা খাণ্ডু :

 

তেজপুৰ,২৫ অক্টোবৰ: সীমান্তত এতিয়া এক স্পৰ্শ কাতৰ আৰু চেপা উত্তেজনা বিৰাজ কৰাৰ সময়তে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে ভাৰত তিব্বতৰ সীমা পৰিদৰ্শন কৰে ।


পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাংৰ Yangste post পোষ্টত থকা ভাৰতীয় সেনাৰ জোৱান সকলে ১৫০০ ফুট উচ্চতাত ভাৰত-তিব্বতৰ-চীন সীমান্তত দিনে নিশাই অতান্দ্ৰ প্ৰহৰি হিচাপে কৰ্মৰত হৈ থকাৰ বাবে জোৱান সকলক প্ৰেৰণা যোগায় ।

তেওঁ কয় যে সীমান্তত বৰফৰ মাজত দিনে নিশা প্ৰথম শাৰীৰ প্ৰহৰি হোৱাৰ বাবে আজি আমাৰ দেশ সুৰক্ষিত অৱস্থাত আছে বুলি তেওঁ মন্তব্য কৰে ।
জোৱান সকলৰ লগত বাৰ্তালাপ কৰে আৰু বিভিন্ন ধৰণৰ সমস্যাৰ কথা আলোচনা কৰে ।


উল্লেখযোগ্য যে অক্টোবৰ মাহৰ প্ৰথম অৱস্থাত চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ চলোৱা চেষ্টা বিফল কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছতে সীমান্তত অত্যাধিক সেনা আৰু অন্যান্য সুৰক্ষা বাহিনীৰ মোটায়েন কৰে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.