শেহতীয়া আপডেটঃ

বিশ্বনাথৰ  আমবাৰিত ক্ষুদ্ৰ ব্যৱসায়ীৰ সংবাদ মেল 

বিশ্বনাথৰ  আমবাৰিত ক্ষুদ্ৰ ব্যৱসায়ীৰ সংবাদ মেল 

বিশ্বনাথ নগৰৰ আমবাৰিত শনিবাৰে অনুষ্ঠিত হ’ল এক সংবাদ মেল।এই সংবাদমেল জৰিয়তে ব্যৱসীয়  সকলে অৱগত কৰে  বিশ্বনাথ জিলাৰ অন্তৰ্গত যি সমূহ সপ্তাহীক বজাৰ আছে ।বিশ্বনাথ চাৰিআলিৰ মধুপুৰ স্থিত সপ্তাহীক বজাৰ,মজিকা সপ্তাহিক বজাৰ,মাজুলিগড় সপ্তাহীক বজাৰ,প্ৰতাবগড় সপ্তাহীক বজাৰ,তিনিশুটি সপ্তাহীক বজাৰকে ধৰি জিলাখনৰ অন্তৰ্গত বিভিন্ন সপ্তাহীক বজাৰ সমূহ বিগত পাচ মাহ ধৰি কৰুনা মহাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত বন্ধ ৰখা হৈছিল।
আনকি জিলাখনত কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বৰ্থত ৰাজ্যৰ স্বাস্হ্য বিভাগে দিয়া  লকডাউন পৰ্যন্ত দিবলৈ বাধ্য হৈছিল।কিন্তু বৰ্তমান বিশ্বনাথ জিলাৰ কভিড পৰিস্থিতি নিয়ন্ত্ৰণত আহিছে ।
যাৰ বাবে বিশ্বনাথ জিলাত ৰাজ্য চৰকাৰৰ স্বাস্হ্য বিভাগে অব্যাহত থকা লক ডাউন বাতিল কৰি জিলাখনৰ প্ৰায় সমূহ ব্যৱসায় প্ৰতিষ্ঠান সন্ধিয়া 6  বজা পৰ্যন্ত  খোলা আছে।কিন্তু তাৰ বিপৰীতে আজি 5  মাহ ধৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত সপ্তাহীক বজাৰ সমূহ বন্ধ ৰখা হৈছে।
যাৰ বাবে এই সপ্তাহীক বজাৰৰ যি সকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।সেই সকল ক্ষুদ্ৰ ব্যবসায়ীৰ এতিয়া পানীত হাঁহ নচৰা  অৱস্থা।
ইফালে শনিবাৰে বিশ্বনাথ নগৰৰ আমবাৰিত সপ্তাহীক বজাৰৰ ক্ষুদ্ৰ ব্যবসায়ী সন্থাই এক সংবাদমেল আয়োজন কৰি  চৰকাৰ তথা  জিলা প্ৰশাসনক আহবান জনাই যে জিলা প্ৰশাসনে অতি শীঘ্ৰে বিশ্বনাথ জিলাৰ অন্তৰ্গত সপ্তাহীক বজাৰ সমূহ পুনৰ খোলি  দি ক্ষুদ্ৰ ব্যবসায়ী সকলৰ পেতৰ ভাত মুকলাই দিয়াত সহায় দাবী জনাই।
সংবাদ মেলত উপস্হিত থাকে বাবুল মাঝি,মনিশ চক্ৰবৰ্তী,ৰাজেশ সিং,বিজয় বৰুৱা,চামছুল শ্বেশ।ৰাজু শৰ্মা,চিৰাজ খান,আব্দুল চিকদাৰ,ইমৰান খান,মন্টু শ্বেখ,প্ৰনব শিল,ৰবিন্দ্ৰ চৰকাৰ আৰু বহুতে ক্ষুদ্ৰ ব্যবসায়ী।
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.