শেহতীয়া আপডেটঃ

বিশ্বনাথ চাৰিআলিৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

বিশ্বনাথ চাৰিআলিৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ: এতিয়াৰ পৰা বিশ্বনাথতে শিক্ষাৰ্থী সকলে লাভ কৰিব পাৰিব BANKING,APSC,SSC,RAILWAY ইত্যাদিৰ উৎকৃষ্ট মানদণ্ডৰ প্ৰশিক্ষণ।

বিশ্বনাথ চাৰিআলি ১৪ ছেপ্টেম্বৰ

উপযুক্ত সম্পদ ব্যৱহাৰ কৰি জ্ঞান আহৰণ কৰাটো সদায় শিক্ষাৰ এক অপৰিহার্য উপাদান হৈ আহিছে।বৰ্তমান বিভিন্ন কাৰণত বহুতো শিক্ষার্থীয়ে ঘৰতে থাকি পঢ়াৰ সমান্তৰাল ভাৱে নিজৰ সপোনৰ কেৰিয়াৰ গঢ়িবৰ বাবে প্রস্তুতি চলাব বিচাৰে৷ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ চাৰিআলিৰ কল্যাণপুৰত ভিছ কনচেপ্টেৰ নামৰ এক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শুভাৰম্ভণি কৰা হৈছে।এই প্ৰতিষ্ঠানে সকলো ধৰণৰ প্রতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলৰ বাবে এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।উক্ত প্ৰতিষ্ঠানে অভিজ্ঞ আৰু পৰিপক্ক যোগ্যতা সম্পন্ন শিক্ষকৰে সমৃদ্ধ ভিছ কনচেপ্টে ১৫ ছেপ্টেম্বৰৰ পৰা তেওঁলোকৰ পাঠ দান আৰম্ভ কৰিবলৈ সাজু হৈছে।এই প্ৰতিষ্ঠানত শিক্ষার্থীসকলক বেঙ্কিং এপিএছটি, এছ এছচি ৰেলৱে অগ্নিবীৰ আৰক্ষী এলআইচি জিআইচি আদিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

 

প্রতিষ্ঠানটোৱে শিক্ষাৰ্থীসকলক পুথিভঁৰালৰ সুবিধা প্ৰদান কৰাৰ লগতে মক টেষ্ট শৃংখলা,সাপ্তাহিক মূল্যায়ন গণিত reasoning, current affairs, জিএছ ইংৰাজীসহ এক সংগঠিত পাঠ্যক্ৰম প্ৰদান কৰিব।উল্লেখ যে ইতিমধ্যে উক্ত প্ৰশিক্ষণ প্ৰতিষ্ঠানে বিশ্বনাথ মহাবিদ্যালয় এই ক্ষেত্ৰত আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলক এক বিনামূলিয়া প্ৰশিক্ষণ প্ৰদাম কৰিছে।তাৰ সমান্তৰাল ভাবে দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অভিজ্ঞ আৰু পৰিপক্ক যোগ্যতা সম্পন্ন শিক্ষকৰ দ্বাৰা প্ৰায় পঞ্চাছ গৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিছে।আজি এই বিনামূলীয়া প্ৰশিক্ষণৰ অন্তিম দিন উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত প্ৰশিক্ষনত ছাত্ৰ ছাত্ৰী সকলৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন অধংযাপক অধ্যাপিকাও অংশ গ্ৰহণ কৰি ভিছ কনচেপ্টেৰ সমূহ বিষয়াক শলাগ লয়।যিহেতু বিশ্বনাথত ভিছ কনচেপ্টে এই পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে বিশ্বনাথৰ বহু প্ৰশিক্ষাৰ্থী তথা ছাত্ৰ ছাত্ৰী সকলে এনে ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ বহু ধন ব্যয় কৰি গুৱাহাটী,দিল্লী অথবা অনান্য স্থানত যাব লগিয়া হৈছিল।কিন্তু এতিয়াৰে পৰা এনে ধৰণৰ প্ৰশিক্ষণৰ বাবে বিশ্বনাথতে সুবিধা প্ৰদান কৰিছে ভিছ কনচেপ্টে।উক্ত প্ৰশিক্ষণ প্ৰতিষ্ঠানখনে আগ্রহী শিক্ষার্থীসকলৰ বাবে সপ্তাহযোৰা বিনামূলীয়া পাঠ দানৰ ব্যৱস্থা কৰিছে বুলিও জানিব দিছে প্ৰশিক্ষক তথা স্বতাধিকাৰী বিনোদ পাণ্ডে আৰু উক্ত প্ৰতিষ্ঠানৰ বিষয়া দিব্যাশ্ৰী শইকীয়াই।এই সুবিধা গ্ৰহণ কৰিবলৈ 8011625165 আৰু 8486666005 নং নম্বৰত যোগাযোগ কৰিব পাৰে কোনো ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.