শেহতীয়া আপডেটঃ

অসম বিধানসভাৰ নতুন মন্ত্ৰীসভাত কাৰ কি দপ্তৰ?

●বিধান সভাৰ অধ্যক্ষ- ৰঞ্জিত দত্ত

● বিধান সভাৰ উপাধ্যক্ষ- প্ৰশান্ত ফুকন

■ হিমন্ত বিশ্ব শৰ্মা -মুখ্যমন্ত্ৰী
(গৃহ, বিত্ত, সাধাৰণ প্ৰশাসন, ৰাজনৈতিক আৰু বিতাৰণ নোহোৱা বিভাগ সমুহ)
■ অতুল বৰা (কনিষ্ঠ) কেবিনেট মন্ত্ৰী
(কৃষি,পশুপালন)
■ কেশৱ মহন্ত- কেবিনেট মন্ত্ৰী (জলসম্পদ বিজ্ঞান ও কাৰিকৰি)
■ ইউ জি ব্ৰহ্ম – কেবিনেট মন্ত্ৰী
(সমাজকল্যান , ভয়াম জনজাতি উন্নয়ন বিভাগ)
■ নোমল মমিন-কেবিনেট
(খনি আৰু পাৰ্বত্য )
■ ৰণোজ পেগু – কেবিনেট মন্ত্ৰী
(পঞ্চায়ত ও গ্ৰামোন্নয়ন, )
■ পদ্ম হাজৰিকা কেবিনেট মন্ত্ৰী
(বন মন্ত্ৰী )
■ পৰিমল শুক্লবদ্য -কেবিনেট মন্ত্ৰী
(আৱকাৰী আৰু মীন বিভাগ)
■ পিয়ূষ হাজৰিকা- কেবিনেট
( নগৰ উন্নয়ন , স্বাস্থ্য)
■ চন্দ্ৰ মোহন পাটোৱাৰী কেবিনেট মন্ত্ৰী
( পৰিবহন)
■ ৰঞ্জিত কুমাৰ দাস – কেবিনেট মন্ত্ৰী
(শিক্ষা, খাদ্য আৰু অসামৰিক যোগান বিভাগ)
■ সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য- কেবিনেট
( আইন)
■ অজন্তা নেওগ – কেবিনেট মন্ত্ৰী
(গড়কাপ্তানি বিভাগ)
■ জয়ন্ত মল্ল বৰুৱা ৰাজ্যিক মন্ত্ৰী
(বিত্ত ৰাজ্যিক, সাংস্কৃতিক ও পৰ্যটক(স্বতন্ত্ৰ)
■ টেৰচ গোৱালা- ৰাজ্যিক মন্ত্ৰী
( শ্ৰম ও চাহ জনজাতি উন্নয়ন বিভাগ)
■ বলিন চেতিয়া- ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
(জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী স্বতন্ত্ৰ, কৃষি বিভাগৰ ৰাজ্যিক মন্ত্ৰী)
■ যোগেন মোহন – ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
(ৰাজহ স্বতন্ত্ৰ, গড় কাপ্তানি ৰাজ্যিক মন্ত্ৰী)।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.