শেহতীয়া আপডেটঃ

বিধায়ক জিতু গোস্বামীৰ বাহনত গুলীচালনা কৰাৰ কাৰ্যক তীব্ৰ গৰিহণা অগপৰ

সাংবাদিকক মাৰপিট কৰা, ভয়-ভাবুকি দিয়া কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নি

গুৱাহাটী, ১০ নৱেম্বৰঃ চামগুৰিত বিধায়ক জিতু গোস্বামীৰ বাহনত গুলীচালনা কৰাৰ কাৰ্যক অসম গণ পৰিষদ দলে নিন্দা কৰাৰ লগতে তীব্ৰ গৰিহণা দিছে৷ এই আক্ৰমণ কেৱল এজন জনপ্ৰতিনিধিৰ ওপৰত হোৱা আক্ৰমণেই নহয়, দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত হোৱা আক্ৰমণ৷

এনে কাপুৰুষালি আৰু হিংসাত্মক কাৰ্যই সমাজখন অস্থিৰ কৰি ৰাখে৷ অসম গণ পৰিষদ দল সদায় শান্তিত বিশ্বাসী৷ গতিকে সমাজখন সুস্থিৰ হৈ থকাৰ স্বাৰ্থত দলে এই ঘটনাৰ ক্ষিপ্ৰ আৰু পুংখানুপুংখ তদন্তৰ দাবী জনাইছে আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে৷

তদুপৰি সাংবাদিকক কৰা মাৰপিট আৰু তেওঁলোকক ভয়-ভাবুকি দিয়া কাৰ্যকো অগপ দলে তীব্ৰ গৰিহণা দিছে৷ অনাগত দিনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আাঘাত নকৰিবলৈ অগপই সকিয়নি দিছে৷

অংশুমান দত্ত
তথ্য আৰু প্ৰচাৰ সম্পাদক
অসম গণ পৰিষদ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.