31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ধুবুৰী আৰু বিলাসীপাৰাত শিলাবৃষ্টি আৰু ধুমুহাৰ তাণ্ডৱ, শিলৰ আকাৰ প্ৰায় ১ কেজি ওজন

    বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ ধুবুৰী জিলাৰ আৰু বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত সন্ধিয়া ভাগত সৃষ্টি হয় এই শিলাবৃষ্টি আৰু ধুমুহাৰ তাণ্ডৱ। আকাশৰ পৰা শিল মাটিত পৰা দেখি হতভম্ব আৰু আতংকিত হৈ পৰে জনতা। এটা শিলৰ আকাৰ প্ৰায় ১ কেজি ওজন বুলি জানিব পৰা গৈছে।

    সমগ্ৰ ধুবুৰী জিলাৰ বিলাসীপাৰা বিভিন্ন প্ৰান্তত শিলাবৃষ্টি আৰু ধুমুহাৰ তাণ্ডৱক লৈ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। ভয়ংকৰ শিলাবৃষ্টি আৰু ধুমুহাৰ তাণ্ডৱে ধুবুৰী জিলাৰ অঞ্চলৰ বিভিন্ন ঠাই যেন মছলাপাৰা, গুটিপাৰা ৬ষ্ঠ, বিলাসীপাৰা, কালাইৰ চৰ, বালুৰ চৰ, ডুবাৰ চৰ, টিলাপাৰা, বনদিখানা, ঝেলটুৰ, পাটাকাটা, গয়লেৰ চৰ, নায়েৰ আলগা, বয়জেৰ আলগা, মায়েৰ চৰ, কাউনবাৰী, ফুলটাৰী, আটানী, বগৰিবাৰী, নৈইচাৰ ধাপ, শালবাৰী, নায়েৰ হাট, সাপটগ্ৰাম, আদিকে ধৰি বহুতো অঞ্চলৰ ঠাইত সমূহত বহু দৰিদ্ৰ লোকৰ ঘৰ-দুৱাৰ ক্ষতিসাধন কৰাৰ লগতে গছ-গছনিৰ অধিক পৰিমাণৰ ক্ষতি হৈছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে৷

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.