শেহতীয়া আপডেটঃ

নাৰায়ণপুৰৰ লখিমপুৰ পলিটেকনিকত উত্তপ্ত পৰিস্থিতি : অধ্যক্ষৰ বিৰুদ্ধে গৰজি উঠিল শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী

নাৰায়ণপুৰৰ লখিমপুৰ পলিটেকনিকত উত্তপ্ত পৰিস্থিতি : অধ্যক্ষৰ বিৰুদ্ধে গৰজি উঠিল শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী

নাৰায়ণপুৰ ১৬ ডিচেম্বৰ :

নাৰায়ণপুৰৰ লখিমপুৰ পলিটেকনিকত উত্তপ্ত পৰিস্থিতি
। প্ৰতিস্থান খনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসৰ বিৰুদ্ধে শ্ৰেণী কোঠাৰ পৰা ওলাই আহিল শিক্ষক-ছাত্ৰ-ছাত্ৰী । শিক্ষয়িত্ৰীক অশালীন আচৰণৰ লগতে দুৰ্ব্যৱহাৰ অভিযোগ ।

শিক্ষয়িত্ৰীক নিশা যাপনৰ বাবেও অনুৰোধ জনোৱাৰ অভিযোগ অধ্যক্ষ গৰাকীৰ বিৰোদ্ধে ।

অধ্যক্ষ গৰাকীয়ে নিজ খেয়ালখুচিৰে শিক্ষকৰ দৰ্মহা কৰ্তনৰো অভিযোগ উত্থাপন শিক্ষয়িত্ৰী সকলৰ ।

পৰিনতিত তীব্ৰ নিৰাপত্তা হীনতাত ভূগিছে শিক্ষয়িত্ৰী সকলে ।
আনহাতে প্ৰতিস্থান খনৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসত দীৰ্ঘদিন ধৰি পঢ়াৰ সু-ব্যৱস্থা নথকাৰ উপৰি খোৱা পানীৰ লগতে নিয়মীয়া সুৰক্ষা ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

বিভিন্ন সময়ত অভিযোগ দি অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবেই আজি এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

শিক্ষা প্ৰতিস্থান খনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসে নিজ খেয়াল খুচি মতে ছাত্ৰ-ছাত্ৰীৰ মাছুল বৃদ্ধি কৰাৰ লগতে আন আন কাৰ্য সমুহো সম্পাদন কৰি অভিযোগ তুলি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে । শীঘ্ৰে অধ্যক্ষ গৰাকীক শিক্ষা প্ৰতিস্থান খনৰ পৰা আঁতৰাই আন এগৰাকী অধ্যক্ষ নিযুক্তি দিবৰ বাবে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে দাবী জনাইছে ।

নাৰায়ণপুৰ জয়ন্ত কুমাৰ হাজৰিকা

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.