31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    মহাৰাষ্ট্ৰ  বিধায়ক গুৱাহাটীত : প্ৰতিবাদ তৃনমূল কংগ্ৰেছৰ :: ৰেডিশ্বন ব্লুত সন্মুখত

     

    মহাৰাষ্ট্ৰ  বিধায়ক অসমত : প্ৰতিবাদ তৃনমূল কংগ্ৰেছৰ :: ৰেডিশ্বন ব্লুত সন্মুখত ::(Protest in Guwahati: Tremmul Congress)

    বান বিধ্বস্তক অসমক বিজেপিয়ে গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন কৰিছে তৃনমূল কংগ্ৰেছে।

    ইফালে অসমত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক সকলক বিজেপি আতিথ্যত ব্যস্ত থকা অভিযোগ তুলি আজি পূৱা অসম প্ৰদেশ তৃনমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা নেতৃত্বত  মুখ্যমন্ত্ৰী বিৰুদ্ধে আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ ভঙা পতা  বিৰুদ্ধে  এক প্ৰতিবাদ সাব্যস্ত কৰে ৰেডিশ্বন ব্লুত হোটেলৰ সন্মুখত। আনহাতে অসম আৰক্ষীয়ে প্ৰতিবাদী সকলক আটক কৰি আজাৰ

    আৰক্ষী থানালৈ যায়। আনহাতে প্ৰতিবাদী নেতৃত্বত দিয়া ৰিপুন বৰা নেতৃত্বত তৃনমূল কংগ্ৰেছ কৰ্মী সকলে থানা  ভিতৰতো প্ৰতিবাদ কৰা দেখা গ’ল ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.