শেহতীয়া আপডেটঃ

বিশ্বনাথৰ ঐতিহাসিক ফলফলি  ষটপুজা পালন :

 

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

বিশ্বনাথৰ ঐতিহাসিক ফলফলি পুখুৰীৰ পাৰত পবিত্ৰ ষটপুজা পালন কৰা হয় ৷কাতিমাহৰ শুক্লপক্ষ সুৰ্য উদয়ৰ মুহুৰ্তত হোৱা এই পুজাভাগত বিভিন্ন প্ৰান্তৰ অহা ভক্তসকলৰ সমাগম ঘটে ৷

নিজৰ অভিষ্ট সিদ্ধিৰ বাবে সুৰ্য দেৱতাক পুজা আৰাধনা কৰে ৷

লগতে মহিলা সকলেও কঠোৰ ব্ৰত পালনেৰে মাংগলিক নীতি নিয়মৰ মাজেৰে এই পুজাভাগ সম্পন্ন কৰাৰ লগতে সেন্দূৰ খেল কৰাও পৰিলক্ষিত হয় ৷

চৰকাৰে বান্ধি দিয়া SOP অনুসৰি পালন কৰা এই পুজাভাগত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.