লোকসভা নিৰ্বাচন, ২০২৪ৰ দিন ঘোষণা

◊ শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে লোকসভা নিৰ্বাচন, ২০২৪ৰ নিৰ্বাচনৰ তাৰিখ। এক সংবাদমেলত নিৰ্বাচন আয়োগে সমগ্ৰ দেশত ৭টা পৰ্যায়ত অনুস্থিত হ’বলগা সাধাৰণ নিৰ্বাচনৰ দিন […]

গণ সচেতনতাৰ লক্ষ্যৰে মহানমহানগৰীত নিৰ্বাক গোষ্ঠীৰ সচেতনতা মূলক চাইকেল যাত্ৰা

◊ গুৱাহাটীৰ পৰা সংবাদদাতা, মনীষা শৰ্মাঃ মূকাভিনয়ৰ জৰিয়তে ‘নিৰ্বাক’ গোষ্ঠীয়ে আজি মহানগৰীত গ্ৰহন কৰে এক ব্যতিক্ৰমী পদক্ষেপ। গোষ্ঠীটোৱে আজি ব্যতিক্ৰমী শৈলীৰে MIME ON CYCLE শীৰ্ষক […]

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তঃ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা কেন্দ্ৰৰ

◊ বিগত প্ৰায় কেইবাটাও বছৰ ধৰি বিভিন্ন জল্পনা-কল্পনাৰ অন্তত আজি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা জাৰি কৰে। অধিসূচনা জাৰি কৰাৰ লগে লগে দেশজুৰি […]

কঁঠালবাৰীত চতুৰ্দশ বাৰ্ষিক শিৱ পূজা উদযাপন

গুৱাহাটীঃ নলবাৰী জিলাৰ ঐতিহাসিক কঠালবাৰী কদমতলাত বিগত বছৰৰ দৰে বৃহস্পতি বাৰে উলহ-মালহেৰে চতুৰ্দশ বাৰ্ষিক শ্ৰীশ্ৰী শিৱৰাত্ৰি উদযাপন কৰা হয়। পূজা উদযাপন সমিতিৰ হেমন্ত বৰ্মনে পূজাৰ […]

জাগীৰোড মহাবিদ্যালয়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ ওপৰত আলোচনা চক্ৰ

সংবাদদাতা, মনীষা শৰ্মাঃ জাগীৰোড মহাবিদ্যালয় অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ‘‘Decoding Budget ২০২৪: Interim and State Budge’’ বিষয়ৰ ওপৰত অসম চৰকাৰৰ […]

আজি মহাশিৱৰাত্ৰিঃ ৰাজ্যৰ চৌদিশে শিৱ বন্দনা

🕉️আজি মহাশিৱৰাত্ৰি 🕉️ৰাজ্যৰ চৌদিশে শিৱ বন্দনা 🕉️শিৱৰ আৰাধনাস্থলীত শিৱভক্তৰ ভিৰ 🕉️শিৱসাগৰৰ শিৱদলত লক্ষাধিক ভক্তৰ ভিৰ 🕉️আজি নিশা প্ৰায় ৯.৫৭ বজাত পূজা লগ্ন আৰম্ভ 🕉️৯ মাৰ্চ […]

ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত নাৰী দিৱস উদযাপন

প্ৰতিবেদক ৰঙাপৰা ৮মাৰ্চঃ আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত […]

কেইগৰাকীমান মহিলাক লাখপতি কৰিয়েই মহিলা সবলীকৰণ কৰিব নেকি বিজেপি চৰকাৰে- অনুৰূপা ডেকাৰজা

◊ বিজেপি চৰকাৰৰ মহিলাবিৰোধী স্থিতিক কঠোৰ সমালোচনা আম আদমি পাৰ্টীৰ ◊ লাখপতি বাইদেউ নিৰ্বাচনী চমকৰ বাহিৰে একো নহয়- আম আদমি পাৰ্টী গুৱাহাটী, ৮ মাৰ্চঃ মুখ্যমন্ত্ৰী […]

২ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্রধানমন্ত্ৰী মোদীঃ কি কি কাৰ্যসূচী হাতত লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে? সবিশেষ পঢ়ক

২ দিনীয়া ভ্ৰমণসূচীৰে ভিন্ন কাৰ্যসূচী লৈ কাইলৈ অসমলৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বাবে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ কথা। প্ৰধানমন্ত্ৰীগৰাকীয়ে […]

বিকাশ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ৰাজ্যৰ ৬খন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ভূমি পূজন

■ ৰাজ্য চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা বিকাশ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ৰাজ্যৰ ৬খন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু […]