◊ বিগত প্ৰায় কেইবাটাও বছৰ ধৰি বিভিন্ন জল্পনা-কল্পনাৰ অন্তত আজি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা জাৰি কৰে। অধিসূচনা জাৰি কৰাৰ লগে লগে দেশজুৰি নাগৰিকত্ব সংশোধনী আইন (Citizenship (Amendment) Act, 2019 CAA) বলৱৎ হোৱাটো নিশ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় জনাতা পাৰ্টিয়ে যোৱা লোকসভা নিৰ্বাচনত দেশত এই আইন বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰিছিল। ২০১৯ বৰ্ষত সংসদৰ দুয়োখন সদনত বিধেয়ক গৃহীত কৰা হৈছিল। ফলস্বৰূপে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ২০১৪ বৰ্ষলৈকে ভাৰতলৈ অহা হিন্দু, জৈন, খ্রীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চি ধর্মীয় শৰণাৰ্থীসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আজি নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ অধীনত নাগৰিকত্ব সংশোধনী নিয়ম ২০২৪ ঘোষণা কৰিছে। এই নিয়মৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ অধীনত যোগ্য ব্যক্তিসকলে ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে আবেদন কৰিব পাৰিব। সম্পূর্ণ অনলাইন ব্যৱস্থাৰে দাখিল কৰিবলগীয়া এই আবেদনৰ বাবে অনলাইন প’ৰ্টেলৰ ব্যৱস্থা আছে। ইফালে, এই অধিসূচনা জাৰি কৰাৰ লগে লগে বিৰোধিতা কৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্রতিবাদ অব্যাহত ৰাখিছে।
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তঃ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা কেন্দ্ৰৰ
File Photo@ New Delhi: Protestors participate in a demonstration against Citizenship (Amendment) Act, after Friday prayers, at Jama Masjid in New Delhi, Friday, Dec. 27, 2019. (PTI Photo/Ravi Choudhary)(PTI12_27_2019_000090A)
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



