শেহতীয়া আপডেটঃ

ক’ৰ’ণা টিকাকৰণ কৰি মৰিম নেকি

ক’ৰ’ণা টিকাকৰণ কৰি মৰিম নেকি?

চৰকাৰে নমৰাৰ প্ৰমান পত্ৰ দিলেহে টিকিকৰণ কৰিম।

কোভিড টিকাকৰণক কেন্দ্ৰ কৰি হৰিমন্দিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ।

ক’ৰ’না অতিমাৰিৰ পৰা হাত সৰাৰ বাবে সমগ্ৰ দেশতে কোভিড টিকাকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । অসমো ইয়াৰ ব্যাতিক্ৰম নহয়।

অসমত ইতিমধ্যে “হৰ ঘৰ দস্তক” শীৰ্ষক অভিযান লৈ সকলোকে কোভিড টিকাকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

কিন্তু সমান্তৰালকৈ এই টিকাকৰণক কেন্দ্ৰ কৰি মাজে সময়ে পৰিলক্ষিত হয় কিছুমান উত্তপ্ত পৰিস্থিতি ।

তেনেই এক ঘটনা পৰিলক্ষিত হ’ল নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত । পয়লা জানোৱাৰৰ শ্বেখ আব্দুল মাবিড নামৰ এজন যুৱকৰ ভাষ্য তেওক হেনো স্বাস্থ্য বিভাগৰ পৰা হেচা প্ৰয়োগ কৰি কোভিড টিকাকৰণ কৰা হৈছে । যুৱক জনৰ মতে ক’ৰ’না নোহোৱাকৈ টিকাকৰণ লোৱাৰ আৱশ্যকতা নাই । এই টিকাকৰণৰ জৰিয়তে মানুহৰ বিপদহে হ’ব । কিন্তু অধিকাংশই টিকাকৰণ লোৱাৰ সপেক্ষে থকা পৰিলক্ষিত হয় ।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.