◊কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ আজি পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা ৰাজ্য চৰকাৰৰ কোভিড সম্বন্ধীয় এছ অ’ পি ভংগকৰাৰ অপৰাধত আজি কৃষ্ণাইত তিনিখন কাপোৰৰ দোকান চীল কৰি দিয়ে জিলা প্ৰশাসনে৷ ইয়াৰ বিপৰীতে আন পাঁচ খন দোকানৰ পৰা আদায় কৰে নগদ ধনৰ জৰিমণা৷ জিলা দণ্ডাধীশ ৰুণাল নাথৰ নেতৃত্বত স্থানীয় আৰক্ষী প্ৰশাসনৰ দল এটাই আজি আবেলি প্ৰায় ২ বজাত সমগ্ৰ কৃষ্ণাই বজাৰৰ লগতে বুধবৰীয়া সাপ্তাহিক বজাৰতো এইদৰে অভিযান চলায়৷ ইফালে, কৃষ্ণাই আৰক্ষী থানাই আজি মাইকৰ জৰিয়তে কোভিড প্ৰট’কল মানি চলাৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰে৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



