শেহতীয়া আপডেটঃ

সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা ৩ দিনীয়াকৈ অনুস্থিত প্ৰথম বাৰ্ষিক North EAST PARA SPORTS MEET

  • আজি পেৰা খেলৰ শুভাৰম্ভণি কৰে মন্ত্ৰী পিযুষ হাজৰিকাই
  • অনুস্থানত পেৰা খেলুৱৈ সকলে নৃত্য, গীত প্ৰদৰ্শন কৰে
  • উত্তৰ পূৰ্বাঞ্চলৰ ২ শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে

আজিৰে পৰা প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে ‘নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট-২০২৪’
উদয়াচলৰ উদ্যোগ তথা অসম পেৰালিম্পিক সন্থাৰ সহযোগত ২৭ নবেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই মেগা ইভেন্ট
আজি উদ্ধোধন হোৱা প্ৰতিযোগিতা মুকলি কৰিলে কেবিনেট মন্ত্রী পিয়ুষ হাজৰিকাই
এথলেটিকছ, সাঁতোৰ,বচ্চিয়া,বেডমিন্টন,টেবুল টেনিছ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা
অসমৰ উপৰিও এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব মুঠ ৫৭৫ গৰাকী পেৰা খেলুৱৈয়ে

‘পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত পেৰালিম্পিক এছ’চিয়েশ্যন অৱ আছামৰ সহযোগত আৰু যাদৱ চন্দ্ৰ মেম’ৰিয়েল ট্ৰাষ্ট, উদয়াচলৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰলৈ অনুষ্ঠিত নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মীট-২০২৪ৰ আজি উদ্বোধন কৰি নথৈ আনন্দিত হওঁ। ক্ৰীড়া প্ৰতিভাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল পূৰ্বৰে পৰাই আগৰণুৱা। শাৰীৰিক প্ৰতিবন্ধকতাৰ হেঙাৰ আঁতৰাই উত্তৰ-পূৰ্বাঞ্চলৰ ৬খন ৰাজ্যৰ প্ৰায় ৫৫০ গৰাকী প্ৰতিযোগীয়ে অংশ লোৱা এই প্ৰতিযোগিতা সফলতাৰে সম্পূৰ্ণ হওক, তাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।’- মন্ত্ৰী পিযুষ হাজৰিকা

আজিৰ এই বিশেষ কাৰ্যসূচীত প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মীটৰ আয়োজক সমিতিৰ সভাপতি ৰিণিকি ভূঞা শৰ্মা, পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়াৰ সচিব প্ৰধান জে জি হামানাৱাৰ, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালী, ক্ৰীড়া কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ তিমুং, অসম ৰাজ্যিক পৰিবহণ বিভাগৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ আৰু বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.