শেহতীয়া আপডেটঃ

বিহাৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত নিহত-4  আহত অৰ্ধ শতাধিক

“Bihar Train Accident: বিহাৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত নিহত-4
আহত অৰ্ধ শতাধিক”

 

অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ ৰাজেশ ঘোষ ১২ অক্টোবৰ :

বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত বুধবাৰে নিশা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লৰ ২১টা ডবা ৰেলপথৰ পৰা ওলাই যোৱাৰ ফলত প্ৰায় 4 জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 70 জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷

12506 নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা অসমৰ কামাখ্যালৈ গৈ থকা সময়তে নিশা প্ৰায় 21.35 বজাত ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ দনাপুৰ সংমণ্ডলৰ ৰঘুনাথপুৰ ষ্টেচনৰ ওচৰত দুৰ্ঘটনাত পতিত হয় ৷”ইফালে এই খবৰ পোৱা লগে লগে ৰেলৱেৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই ।
আনহাতে এই দুৰ্ঘটনাত
4 জন লোকৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হোৱা লগতে 60 জনৰ অধিক লোক আহত হোৱা খবৰ আহিছে।

আনহাতে ৰে’ল বিভাগে বৰ্তমান লৈকে উদ্ধাৰ অভিযান চলাই আছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.