শেহতীয়া আপডেটঃ

বিহালী বটিয়ামাৰী গাঁও পঞ্চায়তৰ প্ৰথম খন বিশেষ গাঁও সভা সম্পন্ন ::

বিহালী বটিয়ামাৰী গাঁও পঞ্চায়তৰ প্ৰথম খন বিশেষ গাঁও সভা সম্পন্ন ::

ডিজিটেল সংবাদ

 সকলোৰে যোজনা সকলোৰে বিকাশ শ্ল’গানেৰে গোটেই অসম জুৰি আৰম্ভ হোৱা গাঁও পঞ্চায়ত সমূহৰ বিশেষ গাঁও সভা মঙলবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তত অনুষ্ঠিত হয় প্ৰথম খন বিশেষ গাওঁ সভা ।

বটিয়ামাৰী গাঁও পঞ্চায়তৰ সভাপতি ফুলমণি দাসৰ সভাপতিত্বত বটিয়ামাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিশেষ গাঁও সভাত গাঁও পঞ্চায়তৰ সচীব নিপন কিষাণে সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই।

সভাত অহা ২০২১-২২ ৰ বৰ্ষৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰণৰ ওপৰত বিতং তথ্য আগবঢ়ায়।

লগতে অহা ২০২২-২৩বৰ্ষৰ বাবে প্ৰস্তুত কৰা আঁচনিৰ খচৰা উপস্থিত ৰাইজৰ সন্মুখত উপস্থাপন কৰে।
ইফালে স্থানীয় সমস্যাৰ ওপৰত ভিত্তি কৰি আৰু কিবা সমস্যা থাকিলে আলোচনাৰ মাধ্যমেৰে খচৰাত অন্তৰ্ভুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়।

গাওঁ সভাখনত উপস্থিত
বিহালী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় সহকাৰী খণ্ড উন্নয়ন বিষয়া ৰশ্মি মহন্তই ।
আনহাতে গাওঁ সভাত উপস্থিত থকা বৰগা‌ং বন বনাঞ্চলিক বিষয়া চক্ৰপানী ৰায় কয় উন্নয়ন কৰিবলৈ পঞ্চায়তটো প্ৰতি গৰাকীৰ ৰাইজৰ সহযোগ আৰু পৰামৰ্শ লাগিব।

একমাত্ৰ গাওঁ পঞ্চায়ত সচীব বা সভানেত্ৰীয়ে উন্নয়ন কৰাটো সম্ভৱ নহয় কাৰণ চৰকাৰে দিয়া আচঁনি সমূহ চৰকাৰী বিষয়াই মাথোঁ চোৱা চিতা হে কৰিব কিন্তু প্ৰকৃতে আচঁনি খন সফল কৰিবলৈ প্ৰতিজন লোকৰ সহায় সহযোগিতা লাগিব বুলি উল্লেখ কৰি ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাই চৰকাৰী আচঁনি সমূহ সফল ৰূপায়ণ কৰিবলৈ আহ্বান জনাই সভাত উপস্থিত ৰাইজক ।
আনহাতে সভাত উপস্থিত থকা বৰগাং বনাঞ্চলিক কাৰ্যালয় বিট অফিচাৰ সীমান্ত হালৈয়ে কয় ৰাইজৰ সমস্যাবোৰ সঠিক ভাৱে উত্থাপিত কৰা বাবেই চৰকাৰে গাঁও সভাৰ অনুষ্ঠিত কৰা
মূল লক্ষ্য।
লগতে গাওঁ সভাত উপস্থিত সমূহ ৰাইজক আহ্বান জনায় কয়, ‘আপোনালোকে বহি নাথাকিব, সমস্যা আপোনাৰ‌, আপোনালোকে আগবাঢ়ি আহিব লাগিব, তেতিয়াহে আপোনালোকৰ সমস্যা সমাধানৰ পথ ওলাব

। লগতে কয় বিট অফিচাৰ হালৈয়ে আপোনালোকৰ বিধায়ক ৰঞ্জিত দত্ত বহুত উন্নয়ন কৰিছ সমষ্টিত এয়া কিজানি আপোনাৰ আশীৰ্বাদ বা সহযোগিতা নিশ্চয় থাকিব লাগিব।

যি দৰে বিধায়ক গৰাকীক আপোনালোকে চৰকাৰী আচঁনি সফল কৰাত সহায় কৰিছ সেই দৰে আপোনালোকৰ গাওঁ পঞ্চায়ত প্ৰতি গৰাকীৰ সভানেত্ৰী সভাপতি চৰকাৰী কৰ্মচাৰীক সহায় কৰক তেতিয়া সকলো সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰে।

গাওঁ সভাত বটিয়ামাৰী গাওঁ পঞ্চায়ত অধিনৰ চৰকাৰী বিভাগ সমূহ কৰ্মচাৰী উপস্থিত থাকি নিজৰ নিজৰ মন্তব্য প্ৰদান কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.