অসমত পুনৰ ২৬৯জন কোৰোনাত আক্ৰান্ত, ৫জনৰ মৃত্যু…

 

অসমত পুনৰ ২৬৯জন কোৰোনাত আক্ৰান্ত, ৫জনৰ মৃত্যু…
অসমত পুনৰ ২৬৯জন কোৰোনাত আক্ৰান্ত।

ইয়াৰে ৬১জন কামৰূপ মেট্ৰ’ৰ, ৩৩জন বৰপেটাৰ, ২৭জন যোৰহাটৰ আৰু ২০জন গোলাঘাটৰ।

এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৬২৬৩জনলৈ পাইছে বৃদ্ধি।

ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৯০জন লোক।

আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.