শেহতীয়া আপডেটঃ

চাওঁতালী সাহিত্য পৰিষদৰ পত্ৰিকা প্ৰকাশৰ বাবে লেখনি বিচাৰি আহ্বান 

 

ডিজেল ডেস্ক অসম খবৰ  ৬ নবেম্বৰঃ

অসম চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ছমহীয়া দ্বিভাষিক পত্ৰিকা প্ৰকাশৰ বাবে প্ৰস্তুতি চলাই আছে ৷

অসমীয়া আৰু চাওঁতালী অল চিকি লিপিৰে প্ৰকাশ পাবলগীয়া পত্ৰিকাখনত চাওঁতাল জনগোষ্ঠীৰ উৎসৱ-পাৰ্বন , সভা সমিতিৰ বিভিন্ন কাৰ্যসুচীৰ বাতৰিৰ লগতে প্ৰৱন্ধ, সাক্ষাৎকাৰ, গল্প, অনুগল্প, উপন্যাস, সাধুকথা, মতামত, কৃষি, স্বাস্থ্য , ক্ৰীড়া আদিৰ ওপৰত লেখনি প্ৰেৰণৰ বাবে আহ্বান জনাই পত্ৰিকা সম্পাদনা সমিতিয়ে ৷

ইয়াৰ উপৰিও পত্ৰিকাখনত ছাত্ৰছাত্ৰীৰ বাবে বিশেষ শিক্ষামুলক শিতান থাকিব ৷

শিল্পী , সাহিত্যিক তথা বৰেণ্য ব্যক্তিসকলৰ পৰিচয়মুলক শিতানো পত্ৰিকাখনত উপলব্ধ হব ৷

বিজ্ঞাপন আদিও প্ৰকাশ পাবলগা পত্ৰিকাখনিৰ বাবে ইচ্ছুক নবীন , প্ৰবীন লেখক লেখিকাই নিজৰ লেখাসমুহ যথাসম্ভৱ চুটিকৈ অহা ৩০ নবেম্বৰ ২০২১ তাৰিখৰ ভিতৰত পোৱাকৈ 9435602425/9954834641 ৱাটচএপত নতুৱা romeshsoren1984@gmail.com ই-মেইলত পঠিয়াব পাৰিব বুলি পত্ৰিকা সম্পাদনা সমিতিৰ মুখ্য সম্পাদক ৰমেশ চন্দ্ৰ চৰেণে জানিব দিয়ে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.