শেহতীয়া আপডেটঃ

‘যিসমূহ নামে ইতিহাসক প্ৰতিনিধিত্ব নকৰে, সেই সমূহ নাম ক্ৰমান্বয়ে সলনি কৰাৰ পদক্ষেপ হাতত লোৱা হৈছে। সেই অনুসৰি কৰিমগঞ্জ জিলাৰ নামো সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’ -মুখ্যমন্ত্ৰী

➤ৰাজ্যৰ গাঁও, চহৰ, জিলাৰ যিসমূহ নাম সাংবিধানিক নহয়, সেই সমূহ নাম ক্ৰমান্বয়ে সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী
➤অসমৰ বহু গাঁও-নগৰ-চহৰ বা জিলাৰ নাম সলনি হ’ব
➤কৰিমগঞ্জ জিলাক শ্ৰীভূমি জিলা হিচাপে নামকৰণত কেবিনেটত অনুমোদন
➤৩০ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা
➤অহা ২৪ ফেব্ৰুৱাৰীত Assam Investment and Infrastructure Summit অনুষ্ঠিত হ’ব অসমত
➤সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ৰ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত কৰাৰ সিদ্ধান্ত
ঐতিহাসিক, অভিধানিক গুৰুত্ব নথকা বহু শব্দ অসমৰ কেইবাখনো গাওঁ-নগৰ-চহৰৰ নামত আছে।
সেয়ে একাদিক্ৰমে নাম সলনি কৰা হৈছে
➤ ২৩ তাৰিখে উপ-নিৰ্বাচনৰ ফলাফল সকলোৱে গম পাব। বিশেষ জল্পনা কল্পনা একো নাই। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.