নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি।
DGPৰ কাৰ্যালয়লৈ তলব SP আনন্দ মিশ্ৰক।
কীৰ্তিকমল বৰাৰ ঘটনাৰ তদন্ত কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত সংবাদমেলযোগে মন্তব্য কৰিছিল মিশ্ৰই।
ইয়াৰ পিছতে জৰুৰীকালীনভাৱে বদলিৰ নিৰ্দেশ আনন্দ মিশ্ৰক।

To be updated with all the latest news, offers and special announcements.