শেহতীয়া আপডেটঃ

গহপুৰ হেলেমৰ টকৌবাৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা গুৰুত্বৰ ভাৱে আহত অৰুণাচলৰ এহাল দম্পতী।

গহপুৰ হেলেমৰ টকৌবাৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
গুৰুত্বৰ ভাৱে আহত অৰুণাচলৰ এহাল দম্পতী।

গহপুৰ ১২ ফেব্ৰুৱাৰী

ৰাজ্যত সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা। ইফালে এই পথ দুৰ্ঘটনা সংঘটিত ফলত বহু লোকে প্ৰাণ হেৰুৱা লগা হৈছে। এই পথ দুৰ্ঘটনা ৰোধৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যাতে পথ দুৰ্ঘটনা হ্ৰাস হয় তাৰ বাবে অসম আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে। ইফালে মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতে কঠোৰ হৈছে বিশ্বনাথ জিলা আৰক্ষী। জিলা আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাত যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেই পদক্ষেপক ভেঙুচালী দেখুওৱা দেখা গৈছে একাংশ গাড়ী চালকক।

আনহাতে মঙ্গল বাৰে বিয়লি ৩ মান বজাত
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
হেলেমৰ টকৌবাৰীত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

AR16 9172 নম্বৰৰ এখন ৱেগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথত থিয় কৰাই থোৱা আলকাতৰাৰ ড্ৰামত খুন্দা মৰা গাড়ী খন বাগৰি পৰে বাহনত খনত থকা দুই অৰুণাচলী দম্পতী গুৰুত্বৰ ভাৱে আহত হৈছে।আহত দুই আৰোহীক হেলেম আৰক্ষীয়ে চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে বিশ্বনাথ জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন প্ৰান্তত গতি ৰোধৰ বাবে জিলা আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথটো বহু স্থানত আলকাতৰাৰ ড্ৰাম ব্যৱহাৰ কৰি পথ দুৰ্ঘটনা ৰোধৰ চেষ্টা কৰিছে যদিও সেই ড্ৰামতে আজি নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰা ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে ৰাইজৰ অভিযোগ জিলা আৰক্ষীয়ে পথটো অত্যাধিক এই দৰে ড্ৰাম ব্যৱহাৰ বাবেই সঘনাই পথটো পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে সচেতন মহলে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.