কৃষ্ণাই দুই ড্ৰাগছ ব্যৱসায়ী আটকঃ আৰক্ষীয়ে জব্দ কৰিলে তিনি গ্ৰাম হিৰ’ইন

●সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে যোৱা নিশা গোৱালপাৰা জিলাৰ কৃষ্ণাইতো আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷

আটকাধীন যুৱক দুজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে  ড্ৰাগছ ভৰ্তি পাঁচটা কন্টেনাৰো জব্দ কৰে ৷ আৰক্ষীয়ে ড্ৰাগছ খিনি হিৰ’ইন বুলি সন্দেহ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন যুৱক দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.