শেহতীয়া আপডেটঃ

কেবিনেট মৰ্যদা প্ৰদান চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা 

 

কেবিনেট মৰ্যদা প্ৰদান চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা 

বিশ্বনাথ ৩০ জুন :
বুুুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যদা প্ৰদান কৰা হয়৷

লগতে আজি কেবিনেট সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব ৩গৰাকী মন্ত্ৰীক প্ৰদান কৰা হয়৷ চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাঃ ৰণোজ পেগুক দায়িত্ব দিয়া হয় নিৰীক্ষকৰ৷

আজি কেবিনেট বৈঠকত আৰক্ষী কনিষ্টবলৰ পৰা উপ-পৰিদৰ্শকলৈকে সকলোকে বাধ্যতামূলক এমাহৰ ছুটী দিয়াৰ লগতে পৰিয়ালৰ লগত থকাসকলৰ বাবে ১০ দিনৰ ছুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ ইয়াৰ উপৰি সমবায় সমিতিলৈ বছৰি ৫ লাখকৈ মঞ্জুৰি দিয়া হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷পৰিবহণৰ ঠিকাৰ বাবে সমবায় সমিতিসমূহক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়৷ শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চুকে-কোণে ম’বাইল টাৱাৰ বহুওৱাৰ নিৰ্দেশ দিয়ে কেবিনেটে৷ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.