♦কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাৱঁৰ ধৰ্মপ্ৰাণা মহিলা মোহিনী বালা শৰ্মাৰ যোৱা নিশা দেহাৱসান ঘটে৷ ভেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক ৰূপে অবসৰ গ্ৰহণ কৰা প্ৰয়াত ৰৱীন্দ্ৰ নাৰায়ণ দেৱ শৰ্মাৰ সহধৰ্মিনী মোহিনী বালা শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোঁকৰ ছাঁ পৰে৷ উল্লেখ যোগ্য যে বিগত প্ৰায় এবছৰে বাৰ্ধ্যকজনিত ৰোগত শয্যাশায়ী হৈ থকা বয়োজ্যেষ্ঠা মহিলা গৰাকীয়ে যোৱা নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত মহিলা গৰাকীৰ বয়স আছিল ৯৭ বছৰ৷ মৃত্যুৰ সময়ত প্ৰয়াত মোহিনী বালা শৰ্মাই চাৰি পুত্ৰ, দুই কন্যা,বোৱাৰীসহ ভালে কেইগৰাকী নাতি-নাতিনী, আত্মীয় কুটুম্ব ইহ সংসাৰত এৰি থৈ যায়৷ আজি দুপৰীয়া বৃদ্ধা গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



