Wednesday, July 30, 2025
33.3 C
Guwahati
TOP NEWS:

গাড়ীগাঁও শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰত ভাগৱত পাঠৰ অনুষ্ঠান

- Advertisement -

জালুকবাৰী : গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰৰ সৌজন্যত অহা ১৫ নবেম্বৰত পৱিত্ৰ ৰাস পূৰ্ণিমা তিথি উপলক্ষে এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে ৪৭ সংখ্যক ভাগৱত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা ৪ উষা কীৰ্তন আৰু ৮ বজাত ভাগৱত শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। দুপৰীয়া ১২ বজাত ভাগৱত স্থাপন, বিয়লি ১ বজাৰ পৰা আয়তী সকলৰ নাম – প্ৰসংগ, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাৰ পৰা ভাগৱত পাঠ, ভাগৱত বাখ্যা আৰু ধৰ্মালোচনা অনুষ্ঠিত হ’ব। ভাগৱত পাঠ কৰিব গাড়ীগাওঁৰ ধনেশ্বৰ চন্দ্ৰ দাসে আৰু বিশ্লেষক হিচাপে উপস্থিত থাকিব শিৱসাগৰৰ খনামুখৰ ভাগৱত আচাৰ্য্য প্ৰাণজিৎ গগৈয়ে। আনহাতে ভাগৱত অনুষ্ঠানৰ কাৰ্যসূচী সুচাৰুভাবে পৰিচালনা কৰিবলৈ সমাজকৰ্মী বিমল চন্দ্ৰ পাটোৱাৰীক ৰাইজ মেধি, বিনোদ চন্দ্ৰ দাসক সভাপতি, সৰ্বানন্দ দাস আৰু বলেন চন্দ্ৰ দাসক সাধাৰণ সম্পাদক, ৰঞ্জন পাটোৱাৰী, প্ৰদীপ দাস আৰু জগদীশ দাসক প্ৰচাৰক হিচাপে লৈ ভাগৱত অনুষ্ঠান পৰিচালনা সমিতিখন গঠন কৰা হৈছে। সমিতিয়ে সিদিনাৰ ভাগৱত অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
32.7 ° C
32.7 °
32.7 °
66 %
1.1kmh
2 %
Wed
33 °
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °