Tuesday, May 20, 2025
32.8 C
Guwahati

Tag: Guwahati

Indian Red Cross Society, Assam State Branch Commemorates World Red Cross Day with Memorial Unveiling and Book Release

PRESS RELEASE  Guwahati, Assam | May 8, 2025: The Indian Red Cross Society (IRCS), Assam State Branch, observed World Red...

SAMAHAR’s Powerful Play “NYAY” Resonates on World Theatre Day

Guwahati, April 1, 2025: Marking World Theatre Day, Samahar Natya Gosthee staged its compelling play, "NYAY" (Justice), on March 27,...

Luxmi Group: Crafting the World’s Finest Teas, Honored on the Global Stage

Guwahati, 27 March 2025: Luxmi Group wins prestigious award at the 2025 Global Tea Championship in Las Vegas. Luxmi's...

পল্টন বজাৰত ‘বৃষ্টিকথা গুয়াহাটি’ৰ উদ্যোগত বহুভাষিক কবি সন্মিলন সম্পন্ন

● কবিতাৰ আদৰ কোনোদিনে ম্লান নহয় : দীপক শৰ্মা ● সমাজৰ বাবে কবিতা নিৰ্মাণ হ'ব‌ লাগে : নিশুতি মজুমদাৰ গুৱাহাটী, ২২...

উমৰাহ হজৰবাবে মক্কালৈ যাত্ৰা আল-আমিনা ট্ৰুৰচ এণ্ড ট্ৰেভেলচৰ এটি দল

গুৱাহাটী: আজি আল-আমিনা ট্ৰুৰচ এণ্ড ট্ৰেভেলচৰ জৰিয়তে উমৰাহ হজ্বৰ বাবে বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ কয়াকুছিৰ এ চি এচ...

৪৫ সংখ্যক গণেশগুৰি ৰঙালী বিহু সম্মিলন: আজি লাইখুটা স্থাপন

● গুৱাহাটী মহানগৰীৰ গণেশগুৰিত অহা ৩১ চ'ত, ১ আৰু ২ ব'হাগ (ইং ১৪, ১৫ আৰু ১৬ এপ্রিল, ২০২৫) তাৰিখে...

লেখক-সাংবাদিক কবিৰ শইকীয়াৰ ‘যকৃৎ A TO Z’ গ্ৰন্থ উন্মোচন বিশিষ্ট লেখক ময়ুৰ বৰাৰ

চিৰচিছ সদৃশ দুৰ্নীতিয়ে সমাজৰ যকৃৎক খুলি খুলি খাইছেঃ ময়ুৰ বৰা "চিৰচিছ সদৃশ দুৰ্নীতিযে আমাৰ সমাজৰ যকৃৎক খুলি খুলি খাইছে। শৰীৰৰ...

প্ৰথিতযশা নৃত্যাচাৰ্য্য, পদ্মভূষণ সন্মান প্ৰাপক যতীন গোস্বামীক ‘পৰাগজ্যোতি প্ৰকাশ’ৰ পৰা উষ্ম সম্বৰ্দ্ধনা

‘আজিৰ সৰ্বাধিক সংখ্যক মানুহৰ সজাগতা কম’- যতীন গোস্বামী ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান "পদ্মভূষণ" সন্মান প্ৰাপক, প্ৰথিতযশা নৃত্যাচাৰ্য্য, সঙ্গীত...

গুৱাহাটীৰ ছাউথ পইন্ট স্কুলত কাৰ্যকৰ্তাৰ বৌদ্ধিক কাৰ্যক্ৰমত ডা: মোহন ভাগৱত, মাতৃভাষাৰ মাধ্যমেৰে সকলোৱে মত-বিনিময় কৰিব লাগে

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম অন্য সংগঠনৰ নিচিনা নহয় ৷ সনাতন সংস্কৃতি ৰক্ষা আৰু ৰাষ্ট্ৰৰ কল্যাণৰ বাবে তন-মন-ধন উজাৰি দি...

ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ গাইডেন্স আৰু কাউন্সেলিঙৰ কৰ্মশালা

চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান সম্ভৱ নহয়- ড° বুলজিৎ বুঢ়াগোহাঁই আজাৰাস্থিত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ গাইডেন্স আৰু কাউন্সেলিঙৰ...

অসম গ্ৰন্থমেলাত উৎসাহজনক সঁহাৰি গ্ৰন্থপ্ৰেমীৰ

গুৱাহাটীঃ প্ৰথমদিনাই পুথিপ্ৰেমীৰ উৎসাহজনক সঁহাৰিয়ে আনন্দিত কৰিছে অসম গ্ৰন্থমেলা, গুৱাহাটীত অংশগ্ৰহণ কৰা প্ৰকাশন গোষ্ঠীসমূহক ৷ অসম প্ৰকাশন পৰিষদ আৰু...

নিউ গুৱাহাটী সমজিলাত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ সেৱা

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” অবিৰত কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ সেৱা আজি নিউ গুৱাহাটী সমজিলাৰ...

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds