Tuesday, August 5, 2025
25 C
Guwahati
TOP NEWS:

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তঃ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা কেন্দ্ৰৰ

- Advertisement -

◊ বিগত প্ৰায় কেইবাটাও বছৰ ধৰি বিভিন্ন জল্পনা-কল্পনাৰ অন্তত আজি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা জাৰি কৰে। অধিসূচনা জাৰি কৰাৰ লগে লগে দেশজুৰি নাগৰিকত্ব সংশোধনী আইন (Citizenship (Amendment) Act, 2019 CAA) বলৱৎ হোৱাটো নিশ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় জনাতা পাৰ্টিয়ে যোৱা লোকসভা নিৰ্বাচনত দেশত এই আইন বলৱৎ‍ কৰা হ’ব বুলি ঘোষণা কৰিছিল। ২০১৯ বৰ্ষত সংসদৰ দুয়োখন সদনত বিধেয়ক গৃহীত কৰা হৈছিল। ফলস্বৰূপে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ২০১৪ বৰ্ষলৈকে ভাৰতলৈ অহা হিন্দু, জৈন, খ্রীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চি ধর্মীয় শৰণাৰ্থীসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আজি নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ অধীনত নাগৰিকত্ব সংশোধনী নিয়ম ২০২৪ ঘোষণা কৰিছে। এই নিয়মৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ অধীনত যোগ্য ব্যক্তিসকলে ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে আবেদন কৰিব পাৰিব। সম্পূর্ণ অনলাইন ব্যৱস্থাৰে দাখিল কৰিবলগীয়া এই আবেদনৰ বাবে অনলাইন প’ৰ্টেলৰ ব্যৱস্থা আছে। ইফালে, এই অধিসূচনা জাৰি কৰাৰ লগে লগে বিৰোধিতা কৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্রতিবাদ অব্যাহত ৰাখিছে।

Hot this week

ASSAM RIFLES ORGANISES A DAY WITH COMPANY COMMANDER IN BORO BEKERA, JIRIBAM

In a heartwarming outreach initiative, Assam Rifles organised “A...

Poor family availing PMJAY benefits in SSB Composite Hospital...

EBI and NSE Join Forces to Protect Investors from Financial Frauds

SEBIvsSCAM: SEBI and NSE Join Forces to Protect Investors...

ASSAM RIFLES CELEBRATES BIRTH ANNIVERSARY OF FREEDOM FIGHTER HAIPOU JADONANG AT KAMBIRON VILLAGE, MANIPUR

Assam Rifles celebrated the birth anniversary of renowned freedom...

Topics

ASSAM RIFLES ORGANISES A DAY WITH COMPANY COMMANDER IN BORO BEKERA, JIRIBAM

In a heartwarming outreach initiative, Assam Rifles organised “A...

EBI and NSE Join Forces to Protect Investors from Financial Frauds

SEBIvsSCAM: SEBI and NSE Join Forces to Protect Investors...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Related Articles

Popular Categories

Assam
broken clouds
24.1 ° C
24.1 °
24.1 °
96 %
0.7kmh
76 %
Tue
31 °
Wed
31 °
Thu
27 °
Fri
30 °
Sat
26 °